Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
বিশেষ লেখা
গৌৰৱ গগৈয়ে ৰঙৰ উৎসৱ হোলী পালন নকৰা বিষয়টোক লৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ! ৰঙৰ উৎসৱত কিয় দেখা নগ’ল গৌৰৱ গগৈক?gaurav gogoi
অসমৰ বাস্তৱিক উন্নয়নক ‘AI’ বুলি কংগ্ৰেছৰ ভুৱা প্ৰচাৰ , অসমৰ প্ৰকৃত উন্নয়নক বিশ্বাসত ল’ব পৰা নাই কংগ্ৰেছে
VOTE VIBEৰ দ্বিতীয় সমীক্ষাত, মুছলমান ভোটাৰৰ মাজত গৌৰৱ গগৈৰ জনপ্ৰিয়তা
Ratan Tata: কল্পনাৰো বাহিৰত ‘ৰতন টাটা’বিহীন ভাৰত
বিশেষ লেখা
দৈনন্দিন বাৰ্তা
-
October 10, 2024
Ratan Tata ৰতন টাটা– মানৱতাক পূজা কৰা এটা আদৰ্শৰ নাম। যুগ যুগ ধৰি কোটিজনক উপকৃত কৰি অহা ৰতন টাটাই সদায় আনৰ হৈ সপোন দেখিছিল;...
Durga Puja 2024: দশভূজা দেৱী দুৰ্গা; জানক পূজাৰ ধৰ্মীয়, সাংস্কৃতিক আৰু আধ্যাত্মিক গুৰুত্ব
সাহিত্য সংস্কৃতি
দৈনন্দিন বাৰ্তা
-
October 7, 2024
(Durga Puja)হিন্দু ধৰ্মাৱলম্বীৰ মাজত প্ৰচলিত এটি বৃহত্তম আৰু উল্লেখযোগ্য উৎসৱ হ'ল দুৰ্গোৎসৱ বা দুৰ্গাপূজা। এই উৎসৱ ধৰ্মীয় আৰু সামাজিক উৎসৱ । শক্তিৰ উপাসনা হিন্দু ধৰ্মৰ এক অবিচ্ছেদ্য অঙ্গ। এই অৱধৰণাটো বেদৰ বুকুতে পোখা মেলে। পুৰাণৰ যুগত বেদৰ দেৱীয়ে স্বৰূপ লাভ কৰে। শক্তিবাদে সৃষ্টিৰ আদিশক্তিক বা আদ্যশক্তিক পৰম সুন্দৰী প্ৰকৃতি ৰূপত কল্পনা কৰি আহিছে। এই আদ্যশক্তিয়ে বিশ্বব্ৰহ্মাণ্ড স্ৰজন কৰিছে। তেওঁকে ব্ৰহ্মা,বিষ্ণু, আৰু মহেশ্বৰৰো জন্মদাত্ৰী বুলিও ভবা হয় আৰু আদ্যশক্তিয়ে হ'ল মা দুৰ্গা। মা দুৰ্গা নাৰী শক্তিৰ প্ৰতীক। তেঁওৰ অনেক ৰূপৰ ভিতৰত দেৱী দুৰ্গা প্ৰধান।
Assamese Classical Language: অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ স্বীকৃতি, সাহিত্য সভাৰ ৱাটছএপ গ্ৰুপত ইংৰাজী ভাষাৰ ব্যৱহাৰ আৰু ব্যক্তিগত অনুভৱ
অসম
দৈনন্দিন বাৰ্তা
-
October 5, 2024
আজিকালি মই বৰ জ্ঞানী হৈ পৰিছো। মোলৈ অহা জ্ঞানবোৰ লৈ মই যেনেকৈ জ্ঞানী হৈ গৈ আছোঁ, তেনেকৈ ময়ো মোলৈ অহা জ্ঞানবোৰ আনলৈ পঠাই আনকো জ্ঞানী কৰি আছোঁ।(Assamese Classical Language)
Durga Puja: কোনখন বাহনত আহিব মা দুৰ্গা ?
বিশেষ লেখা
দৈনন্দিন বাৰ্তা
-
October 1, 2024
( Durga Puja) এতিয়া দূৰ্গাপূজাৰ বতৰ । ধৰালৈ নামিব দূৰ্গা মা । (Durga Maa )দুৰ্গা দেৱীৰ বাহন সিংহ কিন্তু প্ৰত্যেকবাৰে মৰ্ত্যলৈ আহিলে বেলেগ বেলেগ বাহনত আহে ৷ জ্যোতিষীৰ মতে ইয়াৰো আছে বহু অৰ্থ ৷ এইবাৰ দেৱী দুৰ্গা দোলাত আহিব আৰু প্ৰস্থান কৰিব ঘোঁৰাত ৷সাধাৰণতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠী তিথিত তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থাকে এই দুৰ্গোৎসৱ ৷ এই পাঁচদিন যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী নামেৰে জনাজাত ।
Puja Shopping 2024:পূজাৰ বজাৰ কৰিলেনে…
বিশেষ লেখা
দৈনন্দিন বাৰ্তা
-
September 22, 2024
পূজাৰ বতৰ বুলিলেই জেলেপিৰ লোভনীয় গোন্ধৰ লগতে শাৰী -শাৰী দোকানসমুহত নতুন কাপোৰৰ চমক লগতে দেখিব ডিছকাউন্টৰ বেনাৰ সমুহ। জাক-জমক বস্তুৰে ভৰি থকা দোকানবিলাকৰ ওচৰ চাপিলেই সকলো লবৰ মন যায়।(Puja Shopping 2024)
1
...
62
63
64
...
70
Page 63 of 70
Popular
মধ্যপ্ৰাচ্যৰ সংকটে চুইছে সমগ্ৰ বিশ্বক
দৈনন্দিন বাৰ্তা
-
March 12, 2026