July 30, 2024 বৃদ্ধি পাইছে ৰে’ল দুৰ্ঘটনা! এইবাৰ ঝাৰখণ্ডৰ বাৰাবাম্বু ষ্টেচনৰ সমীপত ৰে’ল দুৰ্ঘটনা, আহত প্ৰায় ১৫০জন… Share FacebookTwitterPinterestWhatsApp ঝাৰখণ্ডৰ বাৰাবাম্বু ষ্টেচনৰ সমীপত ৰে’ল দুৰ্ঘটনা৷ এখন মালবাহী ৰে’লৰ সৈতে সংঘৰ্ষ হাওৰা-মুম্বাই এক্সপ্ৰেছৰ৷ লাইনচ্যুত হ’ল হাওৰা-মুম্বাই এক্সপ্ৰেছৰ ১৮টাকৈ দবা৷ দুৰ্ঘটনাত ২জন নিহত, আহত প্ৰায় ১৫০জন৷ Related Articles Bomb threat on Air India flight: এয়াৰ ইণ্ডিয়াৰ মুম্বাই-নিউয়ৰ্ক বিমানক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি; ভাবুকিৰ পাছতেই বিমানখন ঘূৰোৱা হ’ল দিল্লীলৈ দৈনন্দিন বাৰ্তা - October 14, 2024 Nobel Peace Prize 2024: জাপানৰ পাৰমাণৱিক অস্ত্ৰ বিৰোধী সংগঠন নিহোন হিডানকিঅ’লৈ শান্তিৰ নোবেল বঁটা দৈনন্দিন বাৰ্তা - October 13, 2024 Bangladesh’s Kali Temple : বাংলাদেশৰ কালী মন্দিৰলৈ প্ৰধানমন্ত্ৰী মোদীয়ে উপহাৰ দিয়া মুকুট চুৰি দৈনন্দিন বাৰ্তা - October 13, 2024