মনোৰঞ্জন

Arijit singh: জনপ্ৰিয় কণ্ঠশিল্পী অৰিজিত সিঙৰ আজি জন্মদিন, কেৰিয়াৰত ৩০০ৰো অধিক গীত গাইছে অৰিজিতে

অৰিজিত সিঙে নিজৰ কেৰিয়াৰত ৩০০ৰো অধিক গীত গাইছে। কনচাৰ্ট আৰু গীত এটাৰ বাবে তেওঁৰ মাচুল কিমান জানেনে ?( Arijit singh)

Jatin Bora birthday: আজি অভিনেতা যতীন বৰাৰ জন্মদিন

আজি জনপ্ৰিয় অভিনেতা যতীন বৰাৰ জন্মদিন। অভিনেতা তথা চলচ্চিত্ৰ পৰিচালক যতীন বৰা ৫৫ বছৰীয়া হ'ল।১৯৭০ চনত আজিৰ দিনটোতে নগাঁও জিলাত জন্ম হৈছিল জনপ্ৰিয় অভিনেতাগৰাকীৰ।(Jatin Bora birthday)

Pahalgam Attack: পহলগামৰ আক্ৰমণক গৰিহণা তিনি পাকিস্তানী শিল্পীৰ !

উৰি আক্ৰমণৰ পিছত ভাৰতত পাকিস্তানী শিল্পীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল, বহুদিনৰ পিছত এই নিষেধাজ্ঞা উঠাই লোৱা হৈছিল। যি সময়ত ফাৱাদ খান তেওঁৰ আগন্তুক ছবি ‘আবিৰ গুলাল’ক লৈ অতিশয় উৎসাহিত হৈছিল, এতিয়া পহলগামৰ আক্ৰমণ তেওঁৰ বাবে এক ডাঙৰ সমস্যা হৈ পৰিছে।(Pahalgam Attack)

জনপ্ৰিয় অভিনেতা ফাইলাও বসুমতাৰীৰ দেহাৱসান: ‘বসু দা’ৰ বিদায়ে শোকস্তব্ধ সাংস্কৃতিক মহল । ‘Basu Da’s death’

জনপ্ৰিয় অভিনেতা ফাইলাও বসুমতাৰীৰ দেহাৱসান: ‘বসু দা’ৰ বিদায়ে শোকস্তব্ধ সাংস্কৃতিক মহল । 'Basu Da's death'

Randeep Hooda Meets PM: পি এম মোদীক সাক্ষাৎ মাতৃ, ভগ্নীৰ সৈতে অভিনেতা ৰনদীপ হুদাৰ

ছচিয়েল মিডিয়াত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ছবি শ্বেয়াৰ কৰিছে(Randeep Hooda Meets PM) অভিনেতা ৰনদীপ হুডাই। এই ছবিসমূহ শ্বেয়াৰ কৰাৰ সময়ত অভিনেতাগৰাকীয়ে কয় যে এই সময়ছোৱাত তেওঁ প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসা কৰে।

Popular