মনোৰঞ্জন

Tamannaah Vijay Breakup: তিনি বছৰ ডেটিঙৰ অন্তত ব্ৰেকআপ বিজয়-তমন্নাৰ !

শেহতীয়াকৈ একাংশ বাতৰিত দাবী কৰা হৈছে যে ৩ বছৰ ধৰি ডেটিং কৰাৰ পিছত তমমানাহ ভাটিয়া আৰু বিজয় ভাৰ্মাৰ সম্পৰ্কত বিচ্ছেদ। দুয়োৰে প্ৰথম লগ হৈছিল ‘লাষ্ট ষ্ট’ৰীজ ২’ৰ চেটত। ইয়াৰ পৰাই তেওঁলোকৰ সম্পৰ্কও আৰম্ভ হৈছিল।(Tamannaah Vijay Breakup)

Priyanka Chopra: পিতৃৰ মৃত্যুৰ মাত্ৰ ৬ দিনৰ পিছত প্ৰিয়ংকাই মাকৰ বাবে আয়োজন কৰিছিল পাৰ্টিৰ, আত্মীয়ই কৰিছিল ঠাট্টা-মস্কৰা !

দেউতাকৰ মৃত্যুৰ মাত্ৰ ৬ দিনৰ পিছত প্ৰিয়ংকাই মাকৰ বাবে পাৰ্টিৰ আয়োজন কৰিছিল, তাত নাচ-গান বহুত হৈছিল, আত্মীয়ই তাইক ঠাট্টা-মস্কৰা কৰিছিল। (Priyanka Chopra)

Oscars 2025: ২০২৫ বৰ্ষৰ অস্কাৰ বঁটা ঘোষণা, ২০২৫ চনৰ অস্কাৰত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিলে‘ANORA’ই

২০২৫ বৰ্ষৰ অস্কাৰ বঁটা ঘোষণা কৰা হ'ল।(Oscars 2025) শ্ৰেষ্ঠ অভিনেতাৰ বঁটা এড্ৰিয়ান ব্ৰডীলৈ।শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা মিকি মেডিচনলৈ।

Alia Bhatt: ছ’চিয়েল মিডিয়াৰ পৰা ৰাহাৰ সকলো ফটো ডিলিট কৰিলে আলিয়া ভাটে ! হঠাৎ আলিয়াৰ এনে সিদ্ধান্ত কিয় ?

ছেইফ আলী খান আৰু কৰীনা কাপুৰৰ সৈতে হোৱা চাঞ্চল্যকৰ ঘটনাৰ পিছত কৰীনাই পাপাৰাজীক জেহ আৰু টাইমুৰৰ ফটো ক্লিক নকৰিবলৈ অনুৰোধ জনায়।(Alia Bhatt)

Kiara Advani: কিয়াৰ-সিদ্ধাৰ্থৰ ঘৰলৈ নতুন সদস্যৰ আগমন, সামাজিক মাধ্যমত জনালে এই ভাল খবৰটো

পিতৃ-মাতৃ হ'ব কিয়াৰ-সিদ্ধাৰ্থ। সামাজিক মাধ্যমত এই ভাল খবৰটো জনালে কিয়াৰা আদৱানীয়ে।( Kiara Advani)

Popular