মনোৰঞ্জন

Guess This Actress: ৩৫ বছৰীয়া হ’ল এইগৰাকী জনপ্ৰিয় অভিনেত্ৰী! অভিনেত্ৰীগৰাকীৰ নাম ক’ব পাৰিবনে?

এগৰাকী ডাঙৰ ক্ৰিকেটাৰৰ লগত জড়িত তেওঁৰ নাম, এতিয়া তেওঁ এগৰাকী ছুপাৰষ্টাৰৰ লগত ডেটিং কৰিছে, ১৭০০ কোটি টকাৰ ব্লকবাষ্টাৰ এখন দিছে; কোন এই উদ্যোগৰ ৰাণীগৰাকী চিনিব পাৰিছেনে?(Guess This Actress)

Aishwarya Rai Bachchan: কন্যাৰ মঞ্চত অভিনয়, দৰ্শকৰ শাৰীত ঐশ্বৰ্য-অভিষেক নৃত্য!

যোৱা কেইদিনমানৰ পৰা ঐশ্বৰ্য আৰু অভিষেকৰ অনুৰাগীসকলে তেওঁলোকক এটা ফ্ৰেমত চাবলৈ আগ্ৰহেৰে বাট চাই আছিল। সেই ইচ্ছা যেন পূৰণ হ’ল অনুৰাগীৰ।(Aishwarya Rai Bachchan)

Pushpa 2: ব্লকবাষ্টাৰ হোৱাৰ পিছতো উত্তৰ ভাৰতৰ ছবিগৃহৰ পৰা আঁতৰাই দিয়া হ’ল আল্লু অৰ্জুনৰ পুষ্পা ২!

‘পুষ্পা ২: দ্য ৰুল’ দক্ষিণৰ ছবি হোৱাৰ পাছতো উত্তৰ ভাৰতত যথেষ্ট সফলতা লাভ কৰে। হিন্দী সংস্কৰণে ২ সপ্তাহত ৬০০ কোটি টকা উপাৰ্জন কৰি বলীউডৰ ছবিক পিছ পেলাই। ইয়াৰ পিছতো আল্লু অৰ্জুনৰ এই ছবিখন উত্তৰ ভাৰতৰ ছবিগৃহৰ পৰা আঁতৰাই দিয়া হ’ল। এয়া দক্ষিণৰ ছবিৰ বিৰুদ্ধে ষড়যন্ত্ৰ নে আন কিবা?(Pushpa 2)

Shah Rukh Khan: মঞ্চত আব্ৰাম, দৰ্শকৰ মাজত শ্বাহৰুখ! সৰু পুত্ৰক লৈ কি সপোন কিং খানৰ?

পৰ্দাত পুত্ৰ, শ্বাহৰুখ খানে দৰ্শকৰ মাজত বহি চালে পুত্ৰ অভিনয়। কাৰণ তেওঁৰ সৰু পুত্ৰ আব্ৰামে মঞ্চত অতি সুন্দৰভাৱে অনুষ্ঠান পৰিৱেশন কৰিলে।(Shah Rukh Khan)

Picnic Spot । প্ৰত্যেক বনভোজৰ দ’লে বনভোজ স্থলিত এটি গছপুলি ৰুপন কৰক

Picnic Spot। ধৰণীক সেউজীয়া কৰি ৰাখিলেহে প্ৰকৃতিয়ে আমাক উপভোগ্য সময় উপহাৰ দিব । প্ৰকৃতিৰ সেউজীয়াই পাহাৰৰ কাষলৈ ,নীলা বহল আকাশৰ তলত ,নদীৰ কাষৰ বালীত ,মনোমোহা জুৰিটিৰ কাষলৈ আমাক শীতৰ এই সুন্দৰ সময়তে হাত বাউলি মাতে।সকলো দুখ-ভাগৰ পাহৰি আমি মনে মিলা বন্ধু বৰ্গৰ লগত এসাঁজ খাবলৈ বিচাৰো।সকলোৱেই নিজৰ কামত ব্যস্ত থাকে,কিন্তু ব্যস্ততাৰ মাজতো আমি এটা দিন নিজক লৈ উদযাপন কৰো। জীৱনৰ একঘেয়ামিতাত আমি আমনি পাওঁ সঁচা । হিয়াৰ উষ্মতাৰে নিজক পাহৰি উমলিবলৈ এটি দিনেই যথেষ্ট ।

Popular