মনোৰঞ্জন

Rajinikanth Birthday: ছুপাৰষ্টাৰ ৰজনীকান্তৰ বয়স ৭৪ বছৰ হ’ল, অনুৰাগীয়ে তেওঁৰ মূৰ্তিক ভগৱানৰ দৰে পূজা কৰিলে

হিন্দী চিনেমাৰ পৰা দক্ষিণ চিনেমালৈ সকলোতে নিজৰ নাম জনপ্ৰিয় কৰা ৰজনীকান্তৰ আজি ৭৪ সংখ্যক জন্মদিন। তেওঁৰ ফেন ফ’ল’ৱাৰ ইমানেই বেছি যে ফেনসকলে তেওঁক ভগৱানৰ মৰ্যাদা দি ভগৱানৰ দৰে পূজা কৰে। তেনে এটা ভিডিঅ’ ক্ৰমান্বয়ে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।(Rajinikanth Birthday)

Kapoor Family: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কাপুৰ পৰিয়ালৰ, প্ৰধানমন্ত্ৰীৰ সৈতে আলিয়া-ৰণবীৰ, কৰীনা-ছেইফ কৰিশ্মা-ৰিদ্ধিমাৰ গ্ৰুপ পিকচাৰ

১৪ ডিচেম্বৰত ৰাজ কাপুৰৰ ১০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে আৰ কে চলচ্চিত্ৰ মহোৎসৱলৈ আমন্ত্ৰণ জনাবলৈ কাপুৰ পৰিয়ালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। আনকি কৰীনাই পুত্ৰকেইটাৰ বাবে অটোগ্ৰাফো ল'লে।(Kapoor Family)

Ranveer Singh Mom Donated Hair: নাতিনীয়েক দুৱাৰ তিনিমাহ সম্পূৰ্ণ, আইতাকে দান কৰিলে চুলি!

ৰণবীৰ সিঙৰ মাতৃ অঞ্জু ভৱননীয়ে তেওঁৰ চুলি দান কৰিছে, নাতিনীয়েক দুৱাই তিনিমাহ সম্পূৰ্ণ কৰাৰ পিছত এই সিদ্ধান্ত ল’লে আইতাকে।(Ranveer Singh Mom Donated Hair) 

Sonu Nigam: প্লিজ কনচাৰ্টলৈ নাহিব, ৰাজনীতিবিদৰ প্ৰতি ক্ষোভ প্ৰকাশ সোণু নিগমৰ!

এটা অনুষ্ঠানত গান গাই থকাৰ সময়তে এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয় শিল্পী সোণু নিগম। দেশৰ ৰাজনীতিবিদৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰে শিল্পীগৰাকীয়ে।(Sonu Nigam)

Ranbir Kapoor: ‘ৰামায়ণ’ৰ প্ৰথম খণ্ডৰ শ্বুটিং সম্পূৰ্ণ কৰি ৰামৰ চৰিত্ৰৰ সন্দৰ্ভত কি ক’লে ৰণবীৰ কাপুৰে

ৰণবীৰ কাপুৰে লৰ্ড ৰামৰ চৰিত্ৰত অভিনয় কৰিছে। এনিমেল’ৰ পিছত অতি সোনকালেই নিতীশ তিৱাৰীৰ ‘ৰামায়ণ’ ছবিত ৰণবীৰ কাপুৰক দেখা যাব। আনহাতে ‘সীতা’ৰ চৰিত্ৰত অভিনয় কৰিব ছাই পল্লৱীয়ে। শেহতীয়াকৈ ৰণবীৰে প্ৰথমবাৰৰ বাবে নিজৰ চৰিত্ৰৰ বিষয়ে ক’লে।(Ranbir Kapoor)

Popular