Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
মনোৰঞ্জন
ভাৰত সেৱাশ্ৰম সংঘৰ তিনিচুকীয়া শাখাৰ বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷
সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ ।
তেজপুৰত পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়াক আটক
Devi Birthday: দুবছৰীয়া হ’ল বিপাশা বসুৰ কন্যা দেৱী, জন্মদিন উদযাপন কৰিবলৈ মালদ্বীপত উপস্থিত কৰণ সিং গ্ৰভাৰ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
November 13, 2024
বিপাশা বসু আৰু কৰণ সিং গ্ৰ’ভাৰৰ মৰমলগা কন্যা দেৱীৰ বয়স দুবছৰ হ'ল। কন্যাৰ জন্মদিন উদযাপনৰ বাবে মালদ্বীপত উপস্থিত হৈছে দম্পতী। মালদ্বীপৰ পৰাই দেৱীৰ ছুপাৰকিউট ফটো প্ৰকাশ কৰিছে।(Devi Birthday)
Bhojpuri Actress Akshara Singh: ছলমান, শ্বাহৰুখৰ পিছত ভোজপুৰী অভিনেত্ৰী অক্ষৰা সিং! অভিনেত্ৰীগৰাকীক দাবী ৫০ লাখ টকা
বিনোদন
দৈনন্দিন বাৰ্তা
-
November 13, 2024
বলীউডৰ পিছত এতিয়া ভোজপুৰী চিনেমাৰ পৰাও এনে এক খবৰ বিয়পিছো। এই ঘটনা সংঘটিত হৈছে উদ্যোগটোৰ বিখ্যাত অভিনেত্ৰী অক্ষৰা সিঙৰ সৈতে। য'ত তেওঁৰ পৰাও ৫০ লাখ টকা ধন দাবী কৰা হৈছে।
Shaktimaan: ২৭ বছৰৰ পিছত পুনৰ আহি আছে ‘শক্তিমান’
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
November 12, 2024
প’ডকাষ্ট আৰু স্পষ্টবাদী বক্তব্যৰ বাবে প্ৰায়ে শিৰোনামত থকা মুকেশ খান্নাই ২৭ বছৰৰ পাছত পুনৰবাৰ ‘শক্তিমান’ৰ চৰিত্ৰত ঘূৰি অহাৰ কথা কোৱাত অনুৰাগীসকলক আচৰিত কৰি তুলিছিল। অৱশ্যে তেওঁৰ একাংশ অনুৰাগীয়ে এই কথাত সুখী হোৱাৰ বিপৰীতে একাংশইও এই সন্দৰ্ভত অসন্তুষ্টি প্ৰকাশ কৰিছে।(Shaktimaan)
Art and Culture: মনোবিজ্ঞানৰ ধাৰণাৰে উত্তৰ-পূব ভাৰতৰ শিল্প সংস্কৃতিক বিশ্লেষণ কৰাৰ প্ৰয়োজন আছেঃ কলা সমালোচক জ্যোতি খাটনিয়াৰ
অসম
দৈনন্দিন বাৰ্তা
-
November 11, 2024
উত্তৰ-পূব ভাৰতৰ বিভিন্ন কলা(Art and Culture), সাহিত্যৰ সৃষ্টিৰাজিক বিখ্যাত মনস্তত্ত্ববিদ ছিগমাণ্ড ফ্ৰয়ড আৰু কাৰ্ল গুস্তাভ য়ুঙৰ চিন্তাৰ মাজেৰে বিশ্লেষণ কৰাৰ সুযোগ আছে।
Women’s Ras: ৭৩ বছৰত ভৰি দলে ঢকুৱাখনা বালিগাঁৱৰ ৰাস মহোৎসৱে
অসম
দৈনন্দিন বাৰ্তা
-
November 11, 2024
মাজুলীৰ সমান্তৰালভাৱে ঢকুৱাখনা(Women's Ras) বালিগাঁৱৰ হৰিমন্দিৰতো লক্ষ্মী পূৰ্ণিমা দিনটো পৰাই শ্ৰীকৃষ্ণ পূৰ্ণাংগ ৰাখলীলাৰ(Ras Festival) বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে।
1
...
69
70
71
...
91
Page 70 of 91
Popular
শিল্পী সকলৰ বাবে স্বাস্থ্য বীমা আঁচনিৰ পৰ্টেল উন্মোচন সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ ।
দৈনন্দিন বাৰ্তা
-
December 16, 2025