মনোৰঞ্জন

Shah Rukh Khan: ধূমপান ত্যাগ কৰিলে শ্বাহৰুখ খানে, জন্মদিনৰ দিনাই এই কথা প্ৰকাশ কৰে বলীউড ছুপাৰষ্টাৰগৰাকীয়ে

ধূমপান ত্যাগ কৰিছে শ্বাহৰুখ খানে। জন্মদিনৰ দিনাই এই কথা প্ৰকাশ কৰে বলীউড ছুপাৰষ্টাৰগৰাকীয়ে। ২ নৱেম্বৰত ৫৯ বছৰ বয়সত ভৰি দিলে কিং খানে। (Shah Rukh Khan)

Koliabhomora: ধ্বংসস্তুপ পৰিণত অসম পৰ্যটন বিভাগৰ কলিয়াবৰস্থিত ‘কলিয়াভোমোৰা জলক্ৰীড়া আৰু পৰ্যটন উদ্যান’

তুঙ্গত উঠিছে চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচন(Koliabhomora)। চামগুৰি সমষ্টিৰ(Samguri By Election) বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ ঘৰ কলিয়াবৰত। পিছে কলিয়াবৰত বিশেষ চৰ্চা লাভ কৰিছে চামগুৰি সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ নাম।

Deepika Padukone Daughter Photo:দোৱা পাডুকন সিঙৰ প্ৰথমখন ফটো শ্বেয়াৰ কৰিলে দীপিকা-ৰণবীৰে

দীপাৱলী উপলক্ষে দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে কন্যাৰ প্ৰথমখন ছবি শ্বেয়াৰ কৰিলে। কন্যাৰ ছবি শ্বেয়াৰ কৰাৰ সময়তে দম্পতীহালে কন্যাৰ নামো প্ৰকাশ কৰিলে।(Deepika Padukone Daughter Photo)

Empty Stage: বিশিষ্ট নাট্যকাৰ, অভিনেতা তথা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যৰ মৃত্যু

বিশিষ্ট নাট্যকাৰ-অনাতাঁৰ শিল্পী, অভিনেতা(Empty Stage) তথা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্য(Director Kulda Kumar Bhattacharya) আৰু নাই। গুৰুতৰভাৱে অসুস্থ হৈ পৰা প্ৰবীণ অভিনেতা-পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যৰ শুকুৰবাৰে সন্ধিয়া প্ৰায় ৮.৩০ বজাত মৃত্যু ঘটে।

Bollywood Diwali Celebration 2024: হাতে হাতে চাকি, মিঠাই প্লেট লৈ ফটোৰ বাবে প’জ বলিউদ চেলিব্ৰিটিৰ

দীপাৱলীৰ ৰং বলীউডৰ চেলিব্ৰিটিসকলৰ ওপৰতো বিয়পি পৰিল। বলীউড আৰু টেলিভিছনৰ তাৰকাসকলে কেনেদৰে দীপাৱলী ২০২৪ উদযাপন কৰিলে ফটো চাওক।(Bollywood Diwali Celebration 2024)

Popular