সম্পাদকীয়

Mahim Bara: ড০ ৰুমী কলিতাৰ ‘মহিম বৰাৰ চুটি গল্পত নাৰী আৰু নাৰী মনস্তত্বৰ প্ৰতিফলন’ এটি প্ৰাসঙ্গিক আলোকপাত

নৱ প্ৰজন্মৰ এগৰাকী শক্তিশালী লেখিকা ড০ ৰুমী কলিতাৰ 'মহিম বৰাৰ(Mahim Bara) চুটি গল্পত নাৰী আৰু নাৰী মনস্তত্বৰ প্ৰতিফলন'— শীৰ্ষক গৱেষণাধৰ্মী গ্ৰন্থখনি অলপতে পঢ়াৰ সৌভাগ্য ঘটিছে।

Children’s Day: শিশু দিৱস উদযাপন আৰু সংহত শিশু উন্নয়ন প্ৰকল্প

১৪ নৱেম্বৰত শিশু দিৱস(Children's Day) উদযাপনৰ হৈ আহিছে এই বিষয়ে পুনৰ ব্যাখ্যা কৰা প্ৰয়োজন নাই(14 November)।

Assamese in Assam: অসমত অসমীয়া কোন?

সমাজত সঘনাই শুনিব পোৱা প্ৰশ্ন এটাই মনত বহুত ভাৱৰ বুৰবুৰনিৰ সৃষ্টি কৰে। আচলতে অসমত অসমীয়া(Assamese in Assam) কোন?

Indian Coalition Politics: ভাৰতীয় মিত্ৰজোঁটৰ ৰাজনীতিত আঞ্চলিক দলসমূহৰ ভূমিকা

মিত্ৰজোঁট চৰকাৰৰ অৰ্থ হ’ল উমৈহতীয়া বুজাবুজি বা এজেণ্ডাৰ ভিত্তিত এটাতকৈ অধিক ৰাজনৈতিক দল বা গোট একত্ৰিত(Indian Coalition Politics) হোৱা আৰু চৰকাৰ গঠন কৰা। সাধাৰণতে যেতিয়া সংসদীয় গণতন্ত্ৰত এটা দলে একক সংখ্যা গৰিষ্ঠতা নেপায় তেতিয়া এটাকৈও অধিক দল লগ হৈ এটা বহু দলীয় জোট বন্ধন কৰে আৰু এই বহু দলীয় মিত্ৰজোঁটে চৰকাৰ গঠন কৰে।

Ratan Naval Tata: ভাৰতৰ ৰতনৰ প্ৰস্থান…

আজি শ্ৰী ৰতন টাটাজীৰ(Ratan Naval Tata) মৃত্যুৰ এমাহ পূৰ্ণ হ'ল। যোৱা মাহৰ আজিৰ দিনটোতে, যেতিয়া মই তেওঁৰ মৃত্যুৰ খবৰ পাইছিলো, মই সেই সময়ত আছিয়ান সন্মিলনলৈ যোৱাৰ বাবে প্ৰস্তুতি চলাই আছিলো।

Popular