Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
ৰাষ্ট্ৰীয়
কংগ্ৰেছ বিজেপিৰ ‘এ-প্লাছ দল’: মুখ্যমন্ত্ৰীৰ পৰা ধন লোৱাৰ প্ৰমাণ আছে বুলি বিস্ফোৰক অভিযোগ আজমলৰ ।
গৰিমা শইকীয়া গাৰ্গক লৈ চলোৱা অপপ্ৰচাৰক কঠোৰ ভাষাৰে নিন্দা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । CM ASSAM
২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী, নতুন বছৰৰ পূৰ্বে ৰাইজক দিব বিশেষ উপহাৰ । Narendra Modi
Assam Accord: ১৯৮৫ চনত অসম চুক্তিৰ বাদে বিকল্প নাছিল
অসম
দৈনন্দিন বাৰ্তা
-
November 1, 2024
অসমৰ ছয় বছৰীয়া বিদেশী বিতাড়ণ আন্দোলনে(Assam Accord) বিশ্বত খলকনি তুলিছিল৷ যি আন্দোলনত অসমৰ সৰ্বস্তৰৰ মেহনতী জনতাই সমৰ্থন কৰি আন্দোলনত(Central Martyrs' Day) অংশ লৈছিল৷ সেই ঐতিহাসিক আন্দোলনক সমৰ্থন কৰি ৰাজ্যৰ কৰ্মচাৰী সমাজেও দেশতকৈ চাকৰি ডাঙৰ নহয় বুলি অসম আন্দোলনক পূৰ্ণ সহযোগ কৰিছিল৷ ফলত কৰ্মচাৰী সমাজৰ দিলীপ চক্ৰৱৰ্তীও শ্বহীদ হ’বলগীয়া হয়(Karmachari Parishad)৷
National Paris Paralympics: ৰাষ্ট্ৰীয় পেৰা সাঁতোৰত পদকজয়ী অসমৰ খেলুৱৈক সম্বৰ্ধনা
উত্তৰ-পূৰ্বাঞ্চল
দৈনন্দিন বাৰ্তা
-
November 1, 2024
অসম পেৰালিম্পিক সন্থাই(National Paris Paralympics) সদ্য সমাপ্ত ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাত(Swimming Championships) পদকজয়ী ৰাজ্যৰ খেলুৱৈসকলক খানাপাৰাৰ ষ্টাফ কলেজৰ সভাকক্ষত আয়োজিত এক অনুষ্ঠানত সম্বৰ্ধনা জনায়(Celebrating Diversity)৷
Delhi Diwali Pollution: প্ৰদূষণ! ওৰে নিশা ফটকা-আতচবাজীৰ শব্দ, উশাহ-নিশাহত কষ্ট দিল্লীবাসীৰ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
November 1, 2024
দিল্লী-এনচিআৰত গোটেই নিশাটো আতচবাজীৰ শব্দ। আনকি পুৱাৰ ভাগত উশাহ-নিশাহ লোৱাৰ কষ্টকৰ হৈ পৰে জনসাধাৰণৰ।(Delhi Diwali Pollution)
Union Home Minister’s Skill Medal: আৰক্ষী মহাপৰিদৰ্শক পাৰ্থ সাৰথি মহন্তসহ পাঁচ বিষয়া জোৱানলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক
অসম
দৈনন্দিন বাৰ্তা
-
October 31, 2024
অসম আৰক্ষীৰ বিশেষ টাস্কফ'ৰ্চৰ চাৰিজন সদস্য ক্রমে এছ টি এফৰ মুৰব্বী আই জি পি পার্থসাৰথি মহন্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠক, লেন্সনায়ক হেমন্ত কছাৰী আৰু ইউ বি কনিষ্টবল ৰাজকুমাৰ কৈৱৰ্তলৈ গৃহ পবিক্রমা মন্ত্ৰালয়ৰ দ্বাৰা বিশেষ অভিযানৰ ক্ষেত্ৰত কেন্দ্রীয় গৃহ মন্ত্ৰীৰ দক্ষতা পদক(Union Home Minister's Skill Medal) প্রদান কৰা হৈছে।
Kaziranga National Park: কাজিৰঙাৰ ১২০ বছৰীয়া ইতিহাস, ৰাষ্ট্ৰীয় উদ্যানৰ ঘোষণাৰ ৫০ বছৰত কি পদক্ষেপ লৈছে উদ্যান কৰ্তৃপক্ষ, চৰকাৰে?
অসম
দৈনন্দিন বাৰ্তা
-
October 31, 2024
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ(Kaziranga National Park) সংৰক্ষণ ইতিহাসে গৰকিলে ১২০ বছৰ(120 Years of History)। ৰাষ্ট্ৰীয় উদ্যান ঘোষণায়ো অতিক্ৰম কৰিলে ৫০ বছৰ। ইতিমধ্যে চলিত বৰ্ষৰ পৰ্যটন আৰম্ভ হৈজে। ১ অক্টোবৰত আৰম্ভ হৈছে জীপ চাফাৰী। ১ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব হাতী চাফাৰী।
1
...
48
49
50
...
177
Page 49 of 177
Popular
Mole: আপোনাৰ ব্যক্তিগত অংশত তিল আছে নেকি ? ব্যক্তিগত অংশত তিল থকা পুৰুষৰ স্বভাৱ কেনেকুৱা ?
দৈনন্দিন বাৰ্তা
-
December 21, 2025