ইৰাণৰ ওপৰত ইজৰাইলৰ বিমান আক্ৰমণক গৰিহণা দিছে কাটাৰ, জৰ্ডান আৰু সংযুক্ত আৰৱ আমিৰাতে(Israeli Airstrikes On Iran)। ছৌদি আৰবেও এই বিমান আক্ৰমণক দিছিল গৰিহণা ।
তিৰুভট্টিয়ুৰৰ এখন ব্যক্তিগত বিদ্যালয়ৰ চৌহদত গেছ নিৰ্গত হোৱাৰ ফলত অচেতন হৈ পৰে ৩৫ গৰাকীতকৈ অধিক ছাত্ৰ-ছাত্ৰী(Suspected Gas Leak In Chennai School)। অসুস্থ ছাত্ৰ-ছাত্ৰীসকলক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত।