ৰাষ্ট্ৰীয়

Nuclear Powered Ballistic Missile Submarine: দেশৰ চতুৰ্থখন পাৰমাণৱিক ক্ষমতাসম্পন্ন বেলিষ্টিক মিছাইল ছাবমেৰিন-৪ উন্মোচন

নতুন দিল্লী, ২৪ অক্টোবৰ: নিজৰ পাৰমাণৱিক শক্তি শক্তিশালী কৰাৰ ক্ষেত্ৰত আৰু এখোজ আগুৱাই গ'ল ভাৰত। খবৰ অনুসৰি বিশাখাপট্টনমৰ উপকূলত নৌসেনাই দেশৰ চতুৰ্থখন পাৰমাণৱিক ক্ষমতাসম্পন্ন...

Poisonous Food And Cancer: বজাৰৰ বিষাক্ত খাদ্যই বৃদ্ধি কৰিছে কেন্সাৰ ৰোগীৰ সংখ্যা

শাৰীৰিক স্বাস্থ্য সন্তুলিত কৰি ৰাখিবলৈ চিকিৎসক আৰু স্বাস্থ্য বিজ্ঞানীসকলে ৰেডিমেড, জাংক ফুড, সংসাধিত, গুৰুপাকী খাদ্যৰ পৰিৱৰ্তে ঘৰুৱাভাৱে তৈয়াৰী আহাৰৰ লগতে শাক-পাচলি আৰু ফলমূল বেছিকৈ খাবলৈ পৰামৰ্শ দিয়ে(Poisonous Food And Cancer)।আজিকালি স্বাস্থ্য সচেতনতা বৃদ্ধি পাইছে বাবেই অধিক চৰ্বি আৰু কেলৰিযুক্ত খাদ্য বহু লোকে এৰাই চলিবলৈ লৈছে আৰু তাৰ পৰিৱৰ্তে বেছিকৈ খাবলৈ লৈছে শাক-পাচলি আৰু ফলমূল।

Terror attack in Jammu and Kashmir: জম্মু কাশ্মীৰত প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত পুনৰ সন্ত্ৰাসবাদী আক্ৰমণ; আহত এজন

জম্মু কাশ্মীৰৰ পুলৱামা জিলাৰ ট্ৰাল অঞ্চলত সন্ত্ৰাসবাদী আক্ৰমণ(Terror attack in Jammu and Kashmir) । প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত কৰা এই সন্ত্ৰাসবাদী আক্ৰমণত আহত এজন প্ৰব্ৰজিত শ্ৰমিক।

BRICS Summit : সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ দ্বৈত মানদণ্ডৰ কোনো স্থান নাই: প্ৰধানমন্ত্ৰী মোদী

নতুন দিল্লী, ২৩ অক্টোবৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে ব্ৰিকছ সন্মিলনত ভাষণ প্ৰদান কৰে(PM Modi addressed BRICS Summit)। ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে পাকিস্তানক সমালোচনা কৰি কয়...

Pabitra Margherita । ‘কেন্দ্ৰীয় মুগা এড়ী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান’ৰ প্ৰতিষ্ঠা দিৱস উদযাপনত অংশ গ্ৰহণ কৰিব ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই

ভাৰত চৰকাৰৰ বস্ত্ৰশিল্প আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই (Pabitra Margherita) ২৪ অক্টোবৰ ২০২৪ তাৰিখে যোৰহাটৰ লাহদৈগড়ত ‘কেন্দ্ৰীয় ৰেচম ব’ৰ্ড’ৰ ‘কেন্দ্ৰীয় মুগা এড়ী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান’ (চিএমইআৰ এণ্ড টিআই)ৰ ২৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত ৰূপালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

Popular