ৰাষ্ট্ৰীয়

Noranra Modi । জিনপিঙক চীন সীমান্তত ‘শান্তি ‘ৰ পৰিবেশ সৃষ্টিৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

চীন-ভাৰতৰ সংঘাতৰ মাজতে বুধবাৰে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙক চীন সীমান্তত 'শান্তি 'ৰ পৰিবেশ সৃষ্টিৰ আহ্বান জনালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাছিয়াৰ কাজানত অনুষ্ঠিত ১৬ সংখ্যক ব্ৰিকছ সন্মিলনৰ সময়তে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । (Noranra Modi)

Priyanka Gandhi : নিৰ্বাচনী পথাৰত প্ৰথম খোজ ছোনিয়া তনয়াৰঃ ৱায়ানাড লোকসভা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিলে প্ৰিয়ংকা গান্ধীয়ে

দেশৰ নিৰ্বাচনত প্ৰত্যক্ষভাবে জড়িত হল গান্ধী পৰিয়ালৰ আন এগৰাকী সদস্যা। ছোনিয়া তনয়া প্ৰিয়ংকা গান্ধীয়ে নিৰ্বাচনী পথাৰত প্ৰথম খোজ পেলালে। । প্ৰথমবাৰৰ বাবে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হল এআইচিচিৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে (Priyanka Gandhi)

BSNL Unveils New Logo: নতুন শ্লোগানেৰে মুকলি হ’ল BSNLৰ নতুন ল’গ’, কানেক্টিং ইণ্ডিয়াৰ পৰিৱৰ্তে হ’ল কানেক্টিং ভাৰত

চৰকাৰী টেলিকম কোম্পানী ভাৰত সঞ্চাৰ নিগম লিমিটেডে(BSNL) মুকলি কৰিলে ইয়াৰ নতুন ল’গ’(BSNL Unveils New Logo)। ইয়াৰ লগতে কোম্পানীটোৱে আৰম্ভ কৰিছে ৭টা নতুন সেৱাও ।

Modi Xi Jinping Bilateral Meeting: ব্ৰিকছ সন্মিলনৰ মাজতে বুধবাৰে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ সৈতে আলোচনাত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোডী

Modi Xi Jinping Bilateral Meeting - ভাৰত আৰু চীনৰ কূটনৈতিক আৰু সামৰিক আলোচকসকলে বিগত কেইবা সপ্তাহ ধৰি বিভিন্ন মঞ্চত ঘনিষ্ঠ যোগাযোগ স্থাপন কৰি আহিছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জানিবলৈ দিছে ।

Bongaigaon By Election 2024: বঙাইগাঁৱত পূৰ্বতকৈ অধিক ভোট লাভ কৰিব প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীয়ে- সাংসদ ফণীভূষণ চৌধুৰী

বহু প্ৰতীক্ষিত বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ (Bongaigaon By Election 2024) বাবে অৱশেষত সোমবাৰে অগপ দলে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমান বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীৰ(MP Phanibhushan Chowdhury) পত্নী দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতে নিৰ্বাচনৰ বাবে দলটোৰ জিলা সমিতি তৎপৰ হৈ পৰিছে৷

Popular