ৰাষ্ট্ৰীয়

PM Modi Russia Visit: ব্ৰিকছ সন্মিলনত অংশগ্ৰহণৰ বাবে ৰাছিয়ালৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী মোদীয়ে কাজানত অনুষ্ঠিত ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিবৰ বাবে ৰাছিয়ালৈ ৰাওনা হৈছে(PM Modi Russia Visit) য'ত বিশ্বব্যাপী হোৱা বিভিন্ন সমস্যা আৰু উন্নয়নমূলক বিষয়সমূহ আৰু সদস্য ৰাষ্ট্ৰসমূহৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে(Global issues and fostering bilateral relations)।

covid 19: কৰণাৰ পৰা সুস্থ হোৱা লোকৰ হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ সম্ভাৱনা দুগুণ! শেহতীয়া এক অধ্যয়নত চাঞ্চল্যকৰ তথ্য

কৰ’না ভাইৰাছৰ সংক্ৰমণে সমগ্ৰ বিশ্বকে আগুৰি ধৰিছিল আৰু এতিয়া ইয়াৰ প্ৰভাৱক লৈ নতুন চিন্তাৰ উন্মেষ ঘটিছে।(covid 19)

Pappu Yadav Attacks Himanta Biswa Sarma: দেওঘৰত হিমন্ত বিশ্ব শৰ্মাক এইয়া কি কলে পাপ্পু যাদৱে ?

দেওঘৰত উপস্থিত হৈ পাপ্পু যাদৱে হিমন্ত বিশ্ব শৰ্মাক কৰিলে আক্ৰমণ(Pappu Yadav Attacks Himanta Biswa Sarma) । হিমন্ত বিশ্ব শৰ্মাক গুণ্ডা বুলি অভিহিত কৰাৰ বিপৰীতে জেএমএম দলক কৰিলে বহু প্ৰশংসা ।

Cyclone Dana: কালী পূজাৰ আগে আগে আহি আছে ডানা !

বতৰ বিজ্ঞান বিভাগে ঘূৰ্ণীবতাহ ডানাই(Cyclone Dana) আঘাত হানিব লগা কোনো নিৰ্দিষ্ট স্থান আৰু সময় অথবা ইয়াৰ তীব্ৰতাক লৈ এতিয়ালৈকে কোনো ঘোষণা কৰা নাই যদিও অৱশ্যে সোমবাৰৰ পৰা সাগৰলৈ যোৱা মাছমৰীয়াসকলৰ বাবে সতৰ্কবাণী জাৰি কৰিছে ।

Terrorist Attack in Jammu and Kashmir: জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণত নিহত সাতজন প্ৰব্ৰজিত শ্ৰমিক

জম্মু-কাশ্মীৰৰ গণ্ডাৰবলত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত সাতজন প্ৰব্ৰজিত শ্ৰমিকৰ মৃত্যু(Terrorist Attack in Jammu and Kashmir) । গুলীচালনাৰ এই ঘটনাটোত বহুকেইজন শ্ৰমিকো আহত হেৱা বুলিও জানিব পৰা গৈছে ।

Popular