ৰাষ্ট্ৰীয়

NCP Leader Baba Siddique Shot Dead: মুম্বাইত এন চি পিৰ নেতা বাবা ছিদ্দিকক গুলীয়াই হত্যা; ২ জনক গ্ৰেপ্তাৰ

বান্দা ইষ্টৰ নিৰ্মল নগৰৰ কলগেট খেলপথাৰৰ সমীপৰ বিধায়ক পুত্ৰ জীশন ছিদ্দিকৰ কাৰ্যালয়ৰ সন্মুখতে বাবা ছিদ্দিকক আক্ৰমণ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিছে (NCP Leader Baba Siddique Shot Dead)।

Tamilnadu Train Accident : মহীছুৰু-দৰভংগা বাগমতী এক্সপ্ৰেছ আৰু মালবাহী ৰে’লৰ মাজত সংঘৰ্ষ

যাত্ৰীবাহী ৰে’লখনে পাছফালৰ পৰা মালবাহী ট্ৰেইনখনত খুন্দা মৰাৰ ফলত ১২টা ডবা ৰে’লপথৰ পৰা ওলাই পেৰ

Ratan Tata Passes Away: উদ্যোগপতি ৰতন টাটাৰ দেহাৱসানত প্রধানমন্ত্রী মোদীৰ শোক প্ৰকাশ

ৰতন টাটাৰ দেহাৱসানত শোক প্ৰকাশ কৰিছে প্রধানমন্ত্রী মোদীয়ে। মোদীয়ে তেওঁক এগৰাকী দুৰদৰ্শী ব‍্যৱসায়ী নেতা আৰু দয়ালু আত্মাৰ এগৰাকী অসাধাৰণ মানৱ বুলি অভিহিত কৰে(Ratan Tata Passes Away at 86, Tribute by PM Modi)।

Ratan Tata Dies: বিশিষ্ট উদ্যোগপতি ৰতন টাটাৰ দেহাৱসান, ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ

দেশৰ বিখ্যাত উদ্যোগপতি ৰতন টাটা(Famous industrialist Ratan Tata)ৰ ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ(Ratan Tata Dies at 86)। স্বাস্থ্যৰ অৱনতিৰ বাবে তেওঁক মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও ইয়াতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।

70th National Film Awards: দাদা চাহেব ফাল্কে বঁটা গ্ৰহণ কৰি আবেগিক হৈ পৰা মিঠুন চক্রৱর্তীয়ে কলে – মই যদি পাৰিছো, তোমালোকেও অৱশ্যেই পাৰিবা”

ভাৰতীয় ছবি জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে বৰ্ষিয়ান অভিনেতা মিথুন চক্ৰৱৰ্তীক সন্মান প্ৰদান(Mithun Chakraborty Receives Dadasaheb Phalke Award)। ‘ডিস্কো ডেঞ্চাৰ'খ্যাত শিল্পীগৰাকীক মঙলবাৰে নতুন দিল্লীত ভাৰতীয় চিনেমাৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফালকে বঁটা প্ৰদান কৰা হয়(70th National Film Awards) ।

Popular