ৰাষ্ট্ৰীয়

Ratan Tata Dies: বিশিষ্ট উদ্যোগপতি ৰতন টাটাৰ দেহাৱসান, ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ

দেশৰ বিখ্যাত উদ্যোগপতি ৰতন টাটা(Famous industrialist Ratan Tata)ৰ ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ(Ratan Tata Dies at 86)। স্বাস্থ্যৰ অৱনতিৰ বাবে তেওঁক মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও ইয়াতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।

70th National Film Awards: দাদা চাহেব ফাল্কে বঁটা গ্ৰহণ কৰি আবেগিক হৈ পৰা মিঠুন চক্রৱর্তীয়ে কলে – মই যদি পাৰিছো, তোমালোকেও অৱশ্যেই পাৰিবা”

ভাৰতীয় ছবি জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে বৰ্ষিয়ান অভিনেতা মিথুন চক্ৰৱৰ্তীক সন্মান প্ৰদান(Mithun Chakraborty Receives Dadasaheb Phalke Award)। ‘ডিস্কো ডেঞ্চাৰ'খ্যাত শিল্পীগৰাকীক মঙলবাৰে নতুন দিল্লীত ভাৰতীয় চিনেমাৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফালকে বঁটা প্ৰদান কৰা হয়(70th National Film Awards) ।

Haryana Election Result: বিজেপিৰ যোগেশ কুমাৰক পৰাস্ত কৰি বিপুল ভোটত ভিনেশ ফোগটৰ জয়লাভ

মল্লযুঁজাৰু ভিনেশ ফোগটে হৰিয়ানা বিধানসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে জুলানা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ জয়লাভ কৰে(Vinesh Phogat Wins in Haryana Elections) । বিজেপি প্ৰাৰ্থী যোগেশ কুমাৰক পৰাস্ত কৰি প্ৰসিদ্ধ মল্লযুঁজাৰুগৰাকীয়ে জয়লাভ কৰিবলৈ সক্ষম হয়(Haryana Election Result) ।

Haryana Assembly Election Result 2024: হাৰিয়ানাত বৃহৎ পৰিৱৰ্তন, আগবাঢ়ি থকা কংগ্ৰেছ হঠাতে পিছ পৰিল; চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে বিজেপি

কিছু সময়ৰ পাছতে স্পষ্ট হ’ব হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ফলাফল(Haryana Assembly Election Result 2024)। ইয়াৰ মাজতে হাৰিয়ানাৰ ৰাজনৈতিক প্ৰেক্ষাপটত দেখিবলৈ পোৱা গৈছে এক বৃহৎ পৰিৱৰ্তন ।

Commonwealth Classic Sub Junior Powerlifting Championship: কমনৱেলথ ক্লাছিক চাব জুনিয়ৰ পাৱাৰলিফটিং চেম্পিয়নশ্বিপত অসমৰ প্ৰথম গৰাকী স্বৰ্ণ পদক বিজয়ী মৈত্ৰী বড়া

(Commonwealth Classic Sub Junior Powerlifting Championships) কমনৱেলথ ক্লাছিক চাব জুনিয়ৰ পাৱাৰলিফটিং চেম্পিয়নশ্বিপত ভাৰতৰ দলৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ লাভ কৰে তিনিচুকীয়া জিলাৰ হিজুগুৰিৰ নিবাসী মৈত্ৰী বড়াই। ৪ পৰা ১৩ অক্টোবৰ, ২০২৪ তাৰিখলৈ দক্ষিণ আফ্ৰিকাৰ ছান চিটিত অনুষ্ঠিত কমনৱেলথ ক্লাছিক চাব জুনিয়ৰ পাৱাৰলিফটিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি চাৰিটা শিতানত ক্ৰমে ৪৭ কেজি চাব জুনিয়ৰ ৱিমেন, অভাৰ অল গল্ড মেডেল, ইন্দিভিজুৱেল গল্ড মেডেল ইন স্কোৱাত, বেঞ্চ প্ৰেছ এণ্ড ডেডলিফট শাখাত ৪টাকৈ স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয়(Moitrayee Borah)।

Popular