সোনম ৱাংচুকে ভংগ কৰিলে অনশন।
অৱশেষত অনশন ভংগ কৰিলে বিশিষ্ট বিজ্ঞানী তথা পৰিৱেশবিদ সোনম ৱাংচুকে।
কেন্দ্ৰীয় মন্ত্ৰী জেপি নাড্ডা আৰু জিতেন্দ্ৰ সিঙে সাক্ষাতৰ পিছতে অনশন ভংগ বিশিষ্ট বিজ্ঞানী তথা পৰিৱেশবিদ সোণম ৱাংচুকৰ।
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত কৰিছিল অনশন।
NEETৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধেও অনশন কৰিছিল সোনম ৱাংচুকে।
২৬ দিন ধৰি অনশনত বহিছিল সোনম ৱাংচুকে।
কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু জিতেন্দ্ৰ সিঙৰ উপস্থিতিত ভংগ কৰিলে অনশন।

