অপৰাধ

Magh Bihu 2025: ভোগালী বিহু উপলক্ষে ঘৰমুৱা হৈছে মহানগৰীত কৰ্মৰত লোক

কাইলৈ উৰুকা, বিহু বুলি সকলো ঢাপলি মেলিছে ঘৰলৈ। ভোগালী বিহু উপলক্ষে ঘৰমুৱা হৈছে মহানগৰীত কৰ্মৰত লোক।(Magh Bihu 2025)

Assam Police: নাগালেণ্ডৰ য়াচাং চি বস্তিৰ পৰা উদ্ধাৰ নগাই আৱদ্ধ কৰি ৰখা টীয়কৰ আৰক্ষী দল

Assam Police: নাগালেণ্ডৰ য়াচাং চি বস্তিৰ পৰা উদ্ধাৰ নগাই আৱদ্ধ কৰি ৰখা টীয়কৰ আৰক্ষী দল

Payel Saikia: চানমাৰীৰ ফ্লেটত পায়েল শইকীয়াৰ ৰহস্যজনক মৃত্যু! আৰক্ষীৰ জালত দুই যুৱক

ফ্লেটৰ কোঠাত সুৰাৰ আদ্দা! নিজাকৈ ঘৰ থকাৰ পাছত ফ্লেটত থাকিবলৈ লোৱা যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ মহানগৰীত চাঞ্চল্য।(Payel Saikia)

Pushpa 2- The Rule:অভিনেতা আল্লু অৰ্জুনক গ্ৰেপ্তাৰ, জামিনত মুক্তি

জনপ্ৰিয় অভিনেতা আল্লু অৰ্জুনক(Actor Allu Arjun) এক বিশেষ গোচৰত(Pushpa 2- The Rule) আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে সমগ্ৰ দেশজুৰি অভিনেতাগৰাকীৰ অনুৰাগীৰ মাজত হাহাকাৰ লাগে।

Udali Doctor Torture Case:উদালীৰ চিকিৎসক নিৰ্যাতন-কাণ্ডৰ ১২ অভিযুক্তক ১০ বছৰৰ জেল-জৰিমনা

১ জুন ২০২১ত হোজাই জিলাৰ লংকাৰ ফুলতলি(Phultali Model Hospital) আদৰ্শ চিকিৎসালয়ত(Udali Doctor Torture Case) থকা কভিড কেয়াৰ(COVID-19) কেন্দ্ৰত এগৰাকী কৰ্তব্যৰত চিকিৎসক সেউজ কুমাৰ সেনাপতি আৰু ললিতা ভৰালী নামৰ এগৰাকী নাৰ্ছৰ ওপৰত সংঘটিত বৰ্বৰ আক্ৰমণৰ ঘটনাত জড়িত মুঠ ১২ অভিযুক্তক শুকুৰবাৰে হোজাই জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে দোষী সাব্যস্ত কৰি এক ৰায়দান কৰে৷

Popular