অপৰাধ

DB Stock Owner Dipankar Barman Arrested: অৱশেষত আৰক্ষীৰ জালত পৰিল ডি বি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মন

অৱশেষত গ্ৰেপ্তাৰ হ'ল ডি বি ষ্টক কনচালটেঞ্চিৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মন(DB Stock Owner Dipankar Barman Arrested) ৷মহানগৰ আৰক্ষীৰ এটা দলে গোৱাৰ পৰা গ্ৰেপ্তাৰ কৰিলে প্ৰায় দুমাহ ধৰি পলাতক হৈ থকা দীপাংকৰক ।

Shooters of Lawrence Bishnoi gang arrested: লৰেন্স বিষ্ণৈ গেঙৰ ৭ জন শ্বুটাৰক গ্ৰেপ্তাৰ, ৰাজস্থানৰ এজন ব্যক্তিক হত্যাৰ বাবে কৰিছিল পৰিকল্পনা

Shooters of Lawrence Bishnoi gang arrested: দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলে পঞ্জাৱ-হাৰিয়ানাকে ধৰি দেশৰ বহুকেইখন ৰাজ্যৰ পৰা গ্ৰেপ্তাৰ কৰিছে লৰেন্স বিষ্ণৈ গেঙৰ ৭জন শ্বুটাৰক ।

Delhi Liquor Policy Case: দিল্লী সুৰা নীতিৰ গোচৰৰ অন্তিমজন অভিযুক্তকো জামিন প্ৰদান উচ্চতম ন্যায়ালয়ৰ

দিল্লী সুৰা নীতি(Delhi Liquor Policy Case)ৰ সৈতে জড়িত দুৰ্নীতিৰ গোচৰত ব্যৱসায়ী অমনদীপ সিং ধল্লৰ জামিন মঞ্জুৰ কৰিলে উচ্চতম ন্যায়ালয়ে(Supreme Court)।

Terrorists Attack Army Vehicle: জম্মু-কাশ্মীৰত সেনাৰ বাহনত সন্ত্ৰাসবাদীৰ আক্ৰমণ; দুজন পৰ্টাৰ নিহত হোৱাৰ বিপৰীতে আহত তিনি সেনা জোৱান

জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাত ভাৰতীয় সেনাৰ এখন বাহনত সন্ত্ৰাসবাদীৰ আক্ৰমণ(Terrorists Attack Army Vehicle) । এই আক্ৰমণত দুজন পৰ্টাৰ নিহত হোৱাৰ লগতে আহত হৈছে তিনিজন সেনা জোৱান(Army soldiers injured)।

Terror attack in Jammu and Kashmir: জম্মু কাশ্মীৰত প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত পুনৰ সন্ত্ৰাসবাদী আক্ৰমণ; আহত এজন

জম্মু কাশ্মীৰৰ পুলৱামা জিলাৰ ট্ৰাল অঞ্চলত সন্ত্ৰাসবাদী আক্ৰমণ(Terror attack in Jammu and Kashmir) । প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত কৰা এই সন্ত্ৰাসবাদী আক্ৰমণত আহত এজন প্ৰব্ৰজিত শ্ৰমিক।

Popular