অপৰাধ

Fake recruitment: দৰঙত ভূৱা নিযুক্তিকাৰী, যুৱকক গ্ৰেপ্তাৰ

(Sipajhar)ছিপাঝাৰৰ প্ৰনব চহৰীয়া নামৰ যুবক এজনক আজি মঙলদৈ সদৰ আৰক্ষীয়ে ভূৱা নিযুক্তিৰ সৈতে জড়িত থকাৰ অপৰাধত গেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ মঙলদৈ কেন্সাৰ কেয়াৰ হস্পিটালত যোগদানৰ বাবে ৬ গৰাকী যুৱকে নিযুক্তি পত্ৰ লৈ উপস্থিত হৈছিল৷ কিন্তু যুৱক কেইজন চিকিৎসালয় খনত উপস্থিত হোৱাৰ পিছতহে ওলায় পৰে জোলোঙাৰ মেকুৰী৷ যুৱক কেইজনে চিকিৎসালয় খনত উপস্থিত হৈ চিকিৎসালয় কতৃপক্ষক যোগদানৰ বাবে নিযুক্তিপত্ৰ প্ৰদান কৰাৰ পিছতেই পোহৰলৈ আহে যে যুৱক সকলক প্ৰদান কৰি নিযুক্তি পত্ৰ কেইখন যে ভূৱা নিযুক্তি পত্ৰ( Fake recruitment)

Witchcraft accusations in Gossaiagaon: ডাইনী অপবাদেৰে সমাজৰ পৰা এঘৰীয়া তিনিটা পৰিয়ালক!

গোসাঁইগাঁৱৰ তিনিটা পৰিয়ালৰ তিনিগৰাকীকৈ মহিলাক ডাইনী অপবাদেৰে তিনি বছৰ ধৰি সমাজৰ পৰা বহিষ্কাৰ কৰি ৰখাৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ(Witchcraft accusations in Gossaiagaon) । পৰিয়াল তিনিটাক মানসিক নিৰ্যাতনৰ লগতে বিভিন্ন ধৰণে অত্যাচাৰ চলাই অহাৰো অভিযোগ পৰিয়াল তিনিটাৰ।

Death of class IX student: দৰঙৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাণ্ডক লৈ খৰ্গহস্ত জিলা ছাত্ৰ সন্থা

পদুমপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ত সংঘটিত শোকাৱহ ঘটনাটোৰ পিছতো ঘটনাস্থলীত উপস্থিত নহ’ল দৰং জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকীয়ে(Death of class IX student) । পৰিদৰ্শকগৰাকীয়ে কেৱল অফিচৰ এচি ৰুমত বহিয়ে দায়িত্ব পালন কৰাৰ অভিযোগ সদৌ অসম ছাত্ৰ সন্থাৰ(School Inspector criticized by AASU) ।

Illegal Coal Trade: পাহাৰপুৰৰ এক ঘটনাই উন্মোচিত কৰিলে মাৰ্ঘেৰিটাত চলি থকা অবৈধ কয়লাৰ ক’লা সাম্ৰাজ্যৰ গোপন তথ্য

টিপং নৈত অবৈধভাৱে কয়লা কঢ়িয়াই অনা ট্ৰেইলাৰ আবদ্ধ হোৱা ঘটনাই মাৰ্ঘেৰিটাত চলি থকা অবৈধ কয়লাৰ সাম্ৰাজ্যখনক পুনৰ এবাৰ উন্মোচিত কৰিছে(Illegal Coal Trade)।

Broker new name থানাৰ দালালৰ নতুন নাম

Broker new name থানাৰ দালালৰ নতুন নাম

Popular