অসমত পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ।
ৰাজ্যৰ প্ৰতিটো পৰ্যটন স্থানত গঢ়ি তোলা হ’ব HOME STAY।

শীঘ্ৰেই ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব আঁচনি।
অসমত HOME STAYৰ ব্যৱস্থা কৰা হ’ব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভযোগে জনাই৷