অসম কন্যা জিণ্টিমণি কলিতাৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় উইকেট দখল

জিম্বাবৱেৰ বিৰুদ্ধে অসমকন্যা জিন্টিমণি কলিতাৰ উইকেট দখল।

আন্তঃৰাষ্ট্ৰীয় এদিনীয়াত প্ৰথমটো উইকেট দখল জিন্টিমণিৰ।

জিম্বাবৱে’ৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়াত ৭.৫ অভাৱত ৩৪ ৰাণ দি এটা উইকেট দখল কৰে জিন্টিমণিয়ে।

১২১ ৰানত জিম্বাবৱেৰ বিৰুদ্ধে শৃংখলা দখল ভাৰতীয় মহিলা ক্ৰিকেট দলৰ।

আন্তঃৰাষ্ট্ৰীয় এদিনীয়াত প্ৰথমটো উইকেট দখল অসমকন্যা জিন্টিমণি কলিতাৰ।







Related Articles