অৰুণাচলৰ টাকছিঙত ভাৰতীয় সেনা আৰু চীনৰ PLA মুখামুখি

অৰুণাচলৰ টাকছিঙত ভাৰতীয় সেনা আৰু চীনৰ PLA মুখামুখি।

ভাৰতৰ ভূমিত অনাধিকাৰ প্ৰৱেশ চীনৰ PLAৰ।

নিয়মীয়া তহলৰ সময়তে ভাৰতীয় সেনাৰে মুখামুখি PLAৰ ৪০জনীয়া দল।

আপাৰ সোৱণশিৰি জিলাৰ টাকছিং চাৰ্কলত মুখামুখি ভাৰত-চীনৰ সেনা।

প্ৰকাশ পাইছে ভাৰতীয় সেনা আৰু চীনৰ PLA মুখামুখিৰ ফটো-ভিডিঅ’।

২৫ জুলাইৰ পৰাই অৰুণাচলৰ টাকছিঙত অব্যাহত আছে এই মুখামুখি সংঘাত।

অৰুণাচলৰ এই স্থানত চীনৰ কোনো কাৰ্যকলাপ চলা নাই বুলি দাবী কৰিছিল চৰকাৰে।

বাৰে বাৰে গৃহমন্ত্ৰী মামা নাটুঙে চীনৰ আগ্ৰাসনৰ কথা অস্বীকাৰ কৰিছিল।

Related Articles