অভি নীল হত্যাকাণ্ডৰ গোচৰৰ ৰায়দান।
২০ জনক দোষী সাব্যস্ত।
২৫জন আচামীক দোষমুক্ত ঘোষনা আদালতৰ।
আজি ঘোষনা কৰিব অভিযুক্তৰ শাস্তি।
৪৫ অভিযুক্তৰ ২৫জনক পূর্বে দোষমুক্ত ঘোষণা আদালতৰ।
আজি অভিযুক্ত ২০জনক চৰম শাস্তি প্ৰদানৰ সম্ভাৱনা।
২০১৮ চনৰ ৮ জুনত সংঘটিত হৈছিল এই বৰ্বৰ ঘটনাটো।

