January 23, 2024 আমেৰিকাত পুনৰ দুৰ্বৃত্তৰ তাণ্ডৱ… Share FacebookTwitterWhatsAppTelegramKooEmail আমেৰিকাত পুনৰ দুৰ্বৃত্তৰ তাণ্ডৱ। আমেৰিকাৰ চিকাগো চহৰত গুলীয়াই ৭জন লোকক হত্যা৷ মৃত ৭ জন লোক একেটা পৰিয়ালৰে সদস্য৷ হত্যাকাণ্ড সংঘটিত কৰিয়েই পলায়ন কৰে দুৰ্বৃত্তই। Author: দৈনন্দিন বাৰ্তা Related Articles জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্রতিবাদ কৰি বিপদত অভিনেতা ইমৰান খান দৈনন্দিন বাৰ্তা - October 15, 2026 CJPৰ ২ নেতাক ৫ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ দৈনন্দিন বাৰ্তা - October 14, 2026 পুনৰ আটক ২ CJP নেতাঃ আশুতোষ ৰাংকা আৰু সৌৰভ দাসক আটক দৈনন্দিন বাৰ্তা - October 13, 2026