September 26, 2026 এছিয়ান গেমছত তৃতীয়টো স্বৰ্ণজয় ভাৰতৰ এছিয়ান গেমছত তৃতীয়টো স্বৰ্ণজয় ভাৰতৰ Share FacebookTwitterWhatsAppTelegramKooEmail এছিয়ান গেমছত তৃতীয়টো স্বৰ্ণজয় ভাৰতৰ। মহিলাৰ কাবাদীত স্বৰ্ণ জয় ভাৰতৰ। ভাৰতৰ হাতত ৩৭-৩৪ পইণ্টৰ ব্যৱধানত পৰাস্ত ইৰাণ। এতিয়ালৈ ৩টা স্বর্ণ, ১১টা ৰূপ আৰু ১৩ টা ব্ৰঞ্জৰ পদক লাভ কৰিছে ভাৰতে। Author: দৈনন্দিন বাৰ্তা Related Articles মহানগৰীৰ ধাৰাপুৰত চাঞ্চল্যকৰ ঘটনাঃ হোমষ্টে’ত উদ্ধাৰ যুৱতীৰ মৃতদেহ দৈনন্দিন বাৰ্তা - September 26, 2026 চাবুৱাত অনুষ্ঠিত কেন্দ্ৰীয় কৰম সন্মিলনত লাহোৱালৰ বিশিষ্ট সমাজকৰ্মী তথা, লেখক ড° দয়ানন্দ শ্বাহক সম্বৰ্ধনা দৈনন্দিন বাৰ্তা - September 26, 2026 ডিমৰীয়া জিলা ট্ৰাইবেল সংঘৰ প্ৰাঙ্গণত সদৌ অসম ট্ৰাইবেল সংঘৰ ৭৫সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন দৈনন্দিন বাৰ্তা - September 25, 2026