Breaking

ঐতিহাসিক শিৱ মন্দিৰত চুৰি…

0 73

গুৱাহাটী মহানগৰীৰ চানমাৰি থানাৰ অন্তৰ্গত খাৰঘুলী শিলপুখুৰী বাপুজীনগৰ হাউচিং কলনিৰ চৌহদত অৱস্থিত ঐতিহাসিক শিৱমন্দিৰত মন্দিৰৰ লিংগৰ ওপৰত থকা কলহ , থাল চাকি আদি চোৰে লৈ যায় । খবৰ অনুসৰি আই সকলে সন্ধিয়া চাকি দিব আহাৰ সময়তহে দেখা পায় ।ইতিমধ্যে থানাত অৱগত কৰা হৈছে এই বিষয়ে।

উল্লেখ যে এই শিৱমন্দিৰৰ ইতিহাস আছে, বহুলোকৰ মনৰ আশা পুৰণ কৰিছে । মন্দিৰৰ পৰা কেতিয়া এই বস্তুসমূহ চুৰে লৈ গ’ল সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

Leave A Reply