কাৰ্বি আংলং জিলাৰ ৰংমংৱে উন্নয়নখন্ড এলেকাধীন তথা জিলা ডিআৰডিএ প্ৰকল্প সঞ্জালক অধীনত নিৰ্মিয়মান ডলামৰাত Mushroomb ফাৰ্ম (2021-22) বৰ্ষৰ ২০লাখতকৈ অধীক পূঁজি নিৰ্মিত কামৰ গূণগত বূজ লোৱা উদ্দেশ্য পৰিদৰ্শন কৰে ৷

তদুপৰি ১৯লাখতকৈ অধীক পূঁজিৰে নিৰ্মিত দলামৰাত মুকলি মাৰ্কেট গ্হ ;পানী চাপ্লাই আৰু টয়লেটৰ (২১-২২) নিৰ্মাণ কাম পৰিদৰ্শন কৰি নিৰ্মাণৰ কাম সঠিক দিশত সম্পূৰ্ণ কৰি ৰাইজক সুবিধা সমুহৰ সূনিচিত কৰিবলৈ বিভাগীয় বিষয়াক নিৰ্দেশ প্ৰদান কৰে ৷
তদুপৰি অনাগত বৰ্ষৰ উক্ত দোৱাৰ বাগৰি তথ দলামৰাৰ বিভিন্ন গাওঁ সমুহৰ এনইচি অধীনত অধীক পূঁজি যোগান আশ্বাস দিয়ে ৷ সেয়ে বিভাগীয় বিষয়া সকলে কামৰ ক্ষেত্ৰত সঠিক দিশত নিৰুপন কৰি সময়মতে চৰকাৰী নিৰ্দেশা পালন কৰিবলৈ আহ্বান জনাই এনইচি তথা ডনাৰ মন্তণালয় ভাৰত চৰকাৰৰ সদস্য সচিব সচিব লংকি ফাংচয়ে ৷

সংগ দিয়ে জিলাৰ আযুক্ত কাৰ্য্যালয় উচ্চ পদস্থ বিষয়া স্থানীয় নেতা ওপৰিও বিশিষ্ট সমাজসেৱক ড° বলোৰাম ফাংচ ;প্ৰাক্তন কাৰ্বি পৰিষদৰ ইএম পাটৰ ফাংচ উপস্থিত থকা পৰিলক্ষিত হয় ৷

