কুমাৰ ভাস্কৰ বৰ্মা সেতুত পুনৰ জন্মদিন পালনঃ গ্ৰেপ্তাৰ দম্পতীক

কুমাৰ ভাস্কৰ বৰ্মা সেতুত পুনৰ জন্মদিন পালন।

গ্ৰেপ্তাৰ দম্পতীক।

ভৰলুমুখ থানাৰ যান-বাহন শাখাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

প্ৰেপ্তাৰ কৰে এল অজয়বি শৰ্মা আৰু পত্নী।

পত্নীৰ জন্মদিন উদযাপন কৰি আকৌ আৰক্ষীৰ জালত দম্পতী।

বৃহস্পতিবাৰে নিশা জন্মদিন পালন কৰিছিল দম্পতীয়ে।

Related Articles