গাঁতৰ পৰা ওলাব মেনেজাৰ সিদ্ধার্থ!

যিকোনো মুহূৰ্তত আত্মসমৰ্পন কৰিব মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই !
৩৬ ঘণ্টাৰ ডেডলাইন বান্ধি দিছিল মুখ্যমন্ত্রীয়ে।
মুখ্যমন্ত্ৰীৰ ডেডলাইনৰ পিছতেই গাঁতৰ পৰা ওলাব মেনেজাৰ সিদ্ধার্থ !
বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে এই কথা!


জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুত নাম সাঙোৰ খাইছিল সিদ্ধাৰ্থ শৰ্মাৰ।
কেইবাদিনো ধৰি অজ্ঞাত স্থানত আত্মগোপন কৰি আছিল মেনেজাৰ সিদ্ধাৰ্থই।
সিদ্ধাৰ্থৰ লোকেশ্বন ট্ৰেক কৰা বুলি আজি প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীয়ে।
অৱশেষত শীঘ্ৰেই গাঁতৰ পৰা ওলাব বিতৰ্কিত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা!

Related Articles