গৌৰীপুৰ আলমগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনা।
যাত্ৰীবাহি ই-ৰিক্সাক মহতীয়াই নিলে বলেৰ পিক আপ ভানে।
শুপাৰীঘাটৰ পৰা আলমগঞ্জ অভিমুখে আহি থকা অৱস্থাত বলেৰ পিক আপ ভানে মহতীয়াই নিয়ে ই-ৰিক্সাক ৷
দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত তিনিগৰাকীকৈ মহিলাৰ সৈতে এজন পুৰুষ ৷
আলমগঞ্জ ১৭ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।
আটাইকে সংকটজনক অৱস্থাত ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।
ঘটনা স্থলীত উপস্থিত গৌৰীপুৰ আৰক্ষী।

