জনপ্ৰিয় টিভি ধাৰাবাহিক ‘বৰলাকাই’ৰ ‘কেৰপা’ৰ চৰিত্ৰত অভিনয় কৰা কবিন্দ্ৰ দাস আৰু নাই

জনপ্ৰিয় টিভি ধাৰাবাহিক ‘বৰলাকাই’ৰ ‘কেৰপা’ৰ চৰিত্ৰত অভিনয় কৰা কবিন্দ্ৰ দাস আৰু নাই ।

আজি পুৱা ৫:২৭ বজাত বৰপেটাৰ কেঞ্চাৰ হাস্পতালত মৃত্যু ঘটে অভিনেতাগৰাকীৰ।

৪৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে।

দীৰ্ঘদিন ধৰি দুৰাৰোগ্য কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছিল কবিন্দ্ৰ দাস ।

কবিন্দ্ৰ দাসৰ মৃত্যুত বৰপেটাতৰ লগতে সাংস্কৃতিক জগতত গভীৰ শোকৰ ছাঁ।

Related Articles