দুর্গাপূজাৰ সময়ছোৱাত মহানগৰীত শতাধিক দুর্ঘটনা।
১৬ৰ পৰা ২১ অক্টোবৰলৈকে GMCHত ভর্তি ১১৪ গৰাকী।
ইয়াৰে চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে ৯ জনৰ।
বিগত বৰ্ষতকৈ ১৫ শতাংশ হ্রাস পাইছে দুৰ্ঘটনাৰ সংখ্যা।
আহত ১১৪ জনৰ ৬৭ গৰাকী পুৰুষ, ১৫ গৰাকী মহিলা।
আঘাতপ্রাপ্ত ২০ শতাংশৰ অৱস্থা সংকটজনক।
দুৰ্গাপূজাৰ সময়ছোৱাত গুৱাহাটীত এইবাৰ পূৰ্বৰ তুলনাত হ্ৰাস পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা।
বিগত বৰ্ষতকৈ ১৫% হ্ৰাস দুৰ্ঘটনাৰ সংখ্যা।
এই তথ্য জানিবলৈ দিছে GMCHৰ অধীক্ষক দেৱজিত চৌধুৰীয়ে।
See less

