দুৰ্ঘটনা

মেঘালয়ৰ কুলিয়াঙত বৰাক-গুৱাহাটী সংযোগী ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ভূমিস্খলন…

মেঘালয়ৰ কুলিয়াঙত ভয়ংকৰ ভূমিস্খলন। পাহাৰৰ পৰা হোৰাহোৰে খহি পৰিছে বোকা-মাটি। বোকা-মাটিত পোত গ'ল ট্ৰাকসহ আন এখন অল্টো বাহন। বৰাক-গুৱাহাটী সংযোগী ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত...

টীয়কৰ মুদৈজানত পথ দুর্ঘটনাত গুৰুতৰভাৱে আহত এজন বাইক আৰোহী…

টীয়কৰ মুদৈজানত পথ দুর্ঘটনাবাইক আৰু মাৰুতি বাহনৰ মাজত সংঘর্ষ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন বাইক আৰোহীস্থানীয় লোকৰ তৎপৰতাত আহত লোকজনক JMCHত ভর্তি দুর্ঘটনাগ্রস্ত বাইকখনৰ নম্বৰ AS23-AD-4010বৰ্তমানলৈ উদ্ধাৰ...

মাজুলীত হাত নাৱৰ পৰা ব্ৰহ্মপুত্ৰত পৰি সন্ধানহীন এগৰাকী মহিলা…

মাজুলীত হাত নাও দুর্ঘটনাহাত নাৱৰ পৰা ব্ৰহ্মপুত্ৰত পৰি সন্ধানহীন এগৰাকী মহিলাসন্ধানহীন মহিলাগৰাকী জেতুকী পেগুমাছ মাৰিবলৈ যাওঁতে নাৱৰ পৰা পৰি সন্ধানহীন মহিলাগৰাকী উজনি মাজুলীৰ ব্ৰহ্মপুত্ৰৰ সুঁতিত...

পুৱাই সৰ্থেবাৰীৰ বেঙাপাৰাত দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা ৫ শিশুসহ ৮জনকৈ যাত্ৰীৰ…

পুৱাই সৰ্থেবাৰীৰ বেঙাপাৰাত দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত বল বমলৈ যোৱা বাহন। কথমপি প্ৰাণ ৰক্ষা ৫ শিশুসহ ৮জনকৈ যাত্ৰীৰ। সৰভোগৰ বেঁকী নদীৰ পৰা ঘৰলৈ আহি আছিল...

বঙাইগাঁৱৰ শিঙিমাৰীত ৰৈ থকা ট্ৰাকত খুন্দা যাত্ৰীবাহী বাছৰ ! দুৰ্ঘটনাত থিতাতে নিহত এজন যাত্ৰী…

বঙাইগাঁৱৰ শিঙিমাৰীত ৰৈ থকা ট্ৰাকত খুন্দা যাত্ৰীবাহী বাছৰ। দুৰ্ঘটনাত থিতাতে নিহত এজন যাত্ৰী। আহত হৈছে বাছখনৰ আন ১৫জন যাত্ৰী। গুৰুতৰভাৱে আহত দুজনক চিকিৎসালয়ত ভৰ্তি। ...

Popular