দুৰ্ঘটনা

পশ্চিম কাৰ্বি আংলংঙৰ হামৰেন ৰংমান্দুত দুৰ্ঘটনা…

পশ্চিম কাৰ্বি আংলংঙৰ হামৰেন ৰংমান্দুত কনটেনাৰ ট্ৰাক দুৰ্ঘটনা ৷ কথমপি প্ৰাণ ৰক্ষা ড্ৰাইভাৰসহ হেন্দিমেন ৷ পথ যাত্ৰীৰ মাজত হাহাকৰ ৷ তথ্য অনুসৰি পথ চোৱা...

মুকালমুৱাৰ বাকৰিকুছিত শোকৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা…

মুকালমুৱাৰ বাকৰিকুছিত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী মহিলা। এখন ই ৰিক্সা আৰু এখন চাৰিচকীয়া বাহনৰ মাজত সংঘটিত হয়...

নেপালৰ নদীত ডুবিল ভাৰতীয় নম্বৰ প্লেটযুক্ত যাত্ৰীবাহী বাছ…

নেপালৰ নদীত ডুবিল ভাৰতীয় নম্বৰ প্লেটযুক্ত যাত্ৰীবাহী বাছ। ভয়ংকৰ দুৰ্ঘটনা ১১ জন নিহত। মাৰ্চয়াংদি নদীত ডুবিল এখন উত্তৰ প্ৰদেশৰ নম্বৰ প্লেটযুক্ত যাত্ৰীবাহী বাছ। পোখাৰাৰ...

উত্তৰ গুৱাহাটীত নিশা বলীয়া শিয়ালৰ আতংক ! ফুলুঙৰ ৮ জনকৈ লোকক আক্রমণ বলীয়া শিয়ালৰ…

উত্তৰ গুৱাহাটীত নিশা বলীয়া শিয়ালৰ আতংকফুলুঙৰ ৮ জনকৈ লোকক আক্রমণ বলীয়া শিয়ালৰসংকটজনক অৱস্থাত আহতসকলক AIIMS, GMCHত ভর্তি বলীয়া শিয়ালৰ আতংকক লৈ নিদ্ৰা হৰিছে গঞাৰনিশা...

এয়াৰ ইণ্ডিয়াৰ মুম্বাইৰ পৰা তিৰুৱনন্তপুৰমলৈ যাত্ৰা কৰা বিমানত বোমা বিস্ফোৰণৰ ভাবুকি…

এয়াৰ ইণ্ডিয়াৰ বিমানত বোমা বিস্ফোৰণৰ ভাবুকি। মুম্বাইৰ পৰা তিৰুৱনন্তপুৰমলৈ যাত্ৰা কৰা বিমানত বোমা বিস্ফোৰণৰ ভাবুকি। তিৰুৱনন্তপুৰম বিমানবন্দৰত নিৰাপদে অৱতৰণ এয়াৰ ইণ্ডিয়াৰ ৬৫৭ বিমানৰ। তিৰুৱনন্তপুৰম...

Popular