দুৰ্ঘটনা

নেপালৰ নদীত ডুবিল ভাৰতীয় নম্বৰ প্লেটযুক্ত যাত্ৰীবাহী বাছ…

নেপালৰ নদীত ডুবিল ভাৰতীয় নম্বৰ প্লেটযুক্ত যাত্ৰীবাহী বাছ। ভয়ংকৰ দুৰ্ঘটনা ১১ জন নিহত। মাৰ্চয়াংদি নদীত ডুবিল এখন উত্তৰ প্ৰদেশৰ নম্বৰ প্লেটযুক্ত যাত্ৰীবাহী বাছ। পোখাৰাৰ...

উত্তৰ গুৱাহাটীত নিশা বলীয়া শিয়ালৰ আতংক ! ফুলুঙৰ ৮ জনকৈ লোকক আক্রমণ বলীয়া শিয়ালৰ…

উত্তৰ গুৱাহাটীত নিশা বলীয়া শিয়ালৰ আতংকফুলুঙৰ ৮ জনকৈ লোকক আক্রমণ বলীয়া শিয়ালৰসংকটজনক অৱস্থাত আহতসকলক AIIMS, GMCHত ভর্তি বলীয়া শিয়ালৰ আতংকক লৈ নিদ্ৰা হৰিছে গঞাৰনিশা...

এয়াৰ ইণ্ডিয়াৰ মুম্বাইৰ পৰা তিৰুৱনন্তপুৰমলৈ যাত্ৰা কৰা বিমানত বোমা বিস্ফোৰণৰ ভাবুকি…

এয়াৰ ইণ্ডিয়াৰ বিমানত বোমা বিস্ফোৰণৰ ভাবুকি। মুম্বাইৰ পৰা তিৰুৱনন্তপুৰমলৈ যাত্ৰা কৰা বিমানত বোমা বিস্ফোৰণৰ ভাবুকি। তিৰুৱনন্তপুৰম বিমানবন্দৰত নিৰাপদে অৱতৰণ এয়াৰ ইণ্ডিয়াৰ ৬৫৭ বিমানৰ। তিৰুৱনন্তপুৰম...

মাজুলীত লুইতৰ বুকুত আবদ্ধ ‘এছ বি চন্দন’ নামৰ ফেৰীখন ! ফেৰীখনত আছিল ৪০খন বাইক, এখন চাৰিচকীয়া বাহন…

মাজুলীত লুইতৰ বুকুত আবদ্ধ 'এছ বি চন্দন' নামৰ ফেৰীখন। কমলাবাৰী ঘাটৰ পৰা নিমাতি অভিমুখে গৈ আছিল ফেৰীখন। ফেৰীখনত আছিল ৪০খন বাইক, এখন চাৰিচকীয়া বাহন।

মুম্বাই বিমানবন্দৰত ইথিওপিয়ান এয়াৰলাইন্সৰ এখন বিমানত এক বৃহৎ অগ্নিকাণ্ড সংঘটিত…

মহাৰাষ্ট্ৰৰ মুম্বাই বিমানবন্দৰত সংঘটিত হোৱা বৃহৎ অগ্নিকাণ্ডৰ সৈতে জড়িত ৫জন লোকক আটক কৰিছে মুম্বাই আৰক্ষীয়ে। আৰক্ষীৰ মতে, ইথিওপিয়ান এয়াৰলাইন্সৰ বিমানখনত কিছু ৰাসায়নিক পদাৰ্থ ভৰোৱাৰ...

Popular