দুৰ্ঘটনা

গুৱাহাটীৰ পানীখাইতিত প্ৰাতঃভ্ৰমণলৈ অহা মহিলাক খুন্দা তীব্ৰবেগী বলেৰ’ পিকআপ ভানৰ…

গুৱাহাটীৰ পানীখাইতিত পথ দুৰ্ঘটনা। প্ৰাতঃভ্ৰমণলৈ অহা মহিলাক খুন্দা তীব্ৰবেগী বলেৰ' পিকআপ ভানৰ। দুৰ্ঘটনাত আহত মহিলাগৰাকীক GMCHত ভৰ্তি। চন্দ্ৰপুৰ দিশৰ পৰা গুৱাহাটী অভিমুখী আছিল ভানখন।...

ডিমা হাছাওৰ উমৰাংছ’ত পথ দুৰ্ঘটনাত মৃত্যু গুৱাহাটী নিৱাসী নীল মহেলাৰ…

দেশৰ স্বাধীনতা দিৱস উদযাপনৰ মাজতে ডিমা হাচাও পথ দুৰ্ঘটনাত বাইক ৰাইডা নিহত। ডিমা হাছাও জিলাৰ উমৰাংছত বৃহস্পতিবাৰে প্ৰায় তিনি বজাত হোৱা ক্লিংকাৰ কঢ়িওৱা ১৮...

মঙলদৈত তীব্রবেগী বাহনে মহটিয়াই নিলে ৪জন কলেজীয়া ছাত্রক…

মঙলদৈত ভয়ংকৰ পথ দুৰ্ঘটনাতীব্রবেগী বাহনে মহটিয়াই নিলে ৪জন কলেজীয়া ছাত্রক বেজপাৰা MPK পথত এই দুর্ঘটনাআহত ছাত্রকেইজনক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভর্তি সংকটজনক অৱস্থাত দুজন ছাত্রক GMCHলৈ প্ৰেৰণ

মেঘালয়ৰ কুলিয়াঙত বৰাক-গুৱাহাটী সংযোগী ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ভূমিস্খলন…

মেঘালয়ৰ কুলিয়াঙত ভয়ংকৰ ভূমিস্খলন। পাহাৰৰ পৰা হোৰাহোৰে খহি পৰিছে বোকা-মাটি। বোকা-মাটিত পোত গ'ল ট্ৰাকসহ আন এখন অল্টো বাহন। বৰাক-গুৱাহাটী সংযোগী ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত...

টীয়কৰ মুদৈজানত পথ দুর্ঘটনাত গুৰুতৰভাৱে আহত এজন বাইক আৰোহী…

টীয়কৰ মুদৈজানত পথ দুর্ঘটনাবাইক আৰু মাৰুতি বাহনৰ মাজত সংঘর্ষ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন বাইক আৰোহীস্থানীয় লোকৰ তৎপৰতাত আহত লোকজনক JMCHত ভর্তি দুর্ঘটনাগ্রস্ত বাইকখনৰ নম্বৰ AS23-AD-4010বৰ্তমানলৈ উদ্ধাৰ...

Popular