দুৰ্ঘটনা

ৰাছিয়াৰ আটাইতকৈ সুন্দৰী বাইকাৰ’ হিচাপে পৰিচিত তাতয়ানা অ’জ’লিনাৰ মটৰচাইকেল দুৰ্ঘটনাত মৃত্য়ু…

ৰাছিয়াৰ আটাইতকৈ ধুনীয়া বাইকাৰ' হিচাপে পৰিচিত তাতয়ানা অ'জ'লিনাৰ মৃত্যু। তুৰ্কীত এক মটৰচাইকেল দুৰ্ঘটনাত মৃত্যু হয় বাইকাৰগৰাকীৰ। ৰাইডিঙৰ সময়তে এখন ট্ৰাকত খুন্দা মাৰে অ'জ'লিনাৰ বাইকে।...

ভাৰতীয় নৌসেনাৰ যুদ্ধ জাহাজ আই এন এছ ব্ৰহ্মপুত্ৰত ভয়ংকৰ অগ্নিকাণ্ড ! এজন কনিষ্ঠ নাৱিক সন্ধানহীন…

ভাৰতীয় নৌসেনাৰ যুদ্ধ জাহাজ আই এন এছ ব্ৰহ্মপুত্ৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। মুম্বাই ডক য়াৰ্ডত ৰণতৰীখনৰ ৰক্ষণাবেক্ষণৰ কাম চলি আছিল। যাৰ ফলত যুদ্ধজাহাজখনৰ...

পশ্চিম যোৰহাটত তীব্ৰবেগী ডাম্পাৰে মহটিয়াই নিলে এগৰাকী কিশোৰীক…

পশ্চিম যোৰহাটত শোকাৱহ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী ডাম্পাৰে মহটিয়াই নিলে এগৰাকী কিশোৰীক৷ উপ-পথত ৰৈ থকা অৱস্থাতে কিশোৰীগৰাকীক খুন্দা ডাম্পাৰৰ৷

উত্তৰাখণ্ডৰ কেদাৰনাথৰ পদপথত দুৰ্ঘটনাত ৩ জন লোকৰ মৃত্যু…

উত্তৰাখণ্ডৰ কেদাৰনাথৰ পদপথত দুৰ্ঘটনা। পাহাৰৰ পৰা পথৰ ওপৰত শিল খহি ৩ জন লোকৰ মৃত্যু। ঘটনাত আহত হৈছে ২ জন লোক। যাত্ৰীসকলক উদ্ধাৰৰ বাবে অভিযান...

ঢেকীয়াজুলিৰ কৰ অধীক্ষকৰ কাৰ্যালয়ত অগ্নিকাণ্ড ! দুষ্টচক্ৰই অগ্নি সংযোগ কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ…

ঢেকীয়াজুলিৰ কৰ অধীক্ষকৰ কাৰ্যালয়ত অগ্নিকাণ্ড। জ্বলি ছাৰখাৰ নথিপত্ৰ, কম্পিউটাৰ। দুষ্টচক্ৰই অগ্নি সংযোগ কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ। পুৱতিনিশা সংঘটিত হয় এই ঘটনা। ঘটনাস্থলীত ঢেকীয়াজুলি আৰক্ষী...

Popular