ধ্ৰুৱ ৰাথীৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি

Writing

ধ্ৰুৱ ৰাথীৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি

জনপ্ৰিয় ইউটিউবাৰ তথা ৰাজনৈতিক সমালোচক ধ্ৰুৱ ৰাথীৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে দিল্লীৰ সাকেত আদালতে।

২০১৮ চনৰ এটা অপৰাধমূলক মানহানি গোচৰৰ ভিত্তিত আদালতে এই পৰোৱানা জাৰি কৰে। ন্যায়িক দণ্ডাধীশ আনম ৰইছ খানৰ আদালতে এই নিৰ্দেশনা প্ৰদান কৰে।

আদালতত নিৰ্ধাৰিত সময়ত হাজিৰ নোহোৱাৰ বাবেই ধ্ৰুৱ ৰাথীৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে বুলি জানিব পৰা গৈছে।

Related Articles