ধৰ্ম

ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ্য দিৱস উদযাপন । Dhakuakhana Higher Secondary School

ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ্য দিৱস উদযাপন । Dhakuakhana Higher Secondary School

Moles: আপোনাৰ মুখৰ তিলৰ অৰ্থঃ শৰীৰৰ ক’ত ক’ত তিল থাকিলে ভাগ্যশালী হয় ?

সামুদ্ৰিক শাস্ত্ৰই শৰীৰৰ বিভিন্ন অংগত থকা তিলৰ পৰা পোৱা শুভ আৰু অশুভ লক্ষণৰ বিষয়ে কয়। এই তিলবোৰৰ আধাৰত ব্যক্তিজনৰ ভৱিষ্যত, আচৰণ আদিৰ জানিব পাৰি।(Moles)

Shani Dev: শনি দেৱক তেল আগবঢ়াই থাকোঁতে এই ভুল নকৰিব, পৰিণাম ভুগিব !

শনি দোষৰ পৰা সকাহ পাবলৈ শনি জয়ন্তীৰ দিনটো অতি বিশেষ। এই দিনটোত যদি আপুনি শনিক তেল আগবঢ়ায়, তেন্তে কিছুমান কথা মনত ৰাখিব, নহ’লে বহু বিপদ আপোনাৰ পিছে পিছে আহিব।(Shani Dev)

Rahu Favorite Rashi: দুটা বিশেষ ৰাশি ৰাহু গ্ৰহৰ প্ৰিয়, ৰাহুৰ কৃপাত ধন-সম্পত্তি আৰু খ্যাতি লাভ কৰে এই দুই ৰাশিৰ গৰাকীয়ে

১৮ মে’ত ৰাহু ট্ৰেনজিট কৰি কুম্ভ ৰাশিত প্ৰৱেশ কৰিব। ডেৰ বছৰৰ পিছত ঘটা ৰাহুৰ এই ট্ৰেনজিটে ১২টা ৰাশিৰ সকলোকে প্ৰভাৱিত কৰিব। কিন্তু ২টা ৰাশি আছে যাৰ ওপৰত ৰাহু সদায় দয়ালু হৈ থাকে কাৰণ জ্যোতিষত এইৰাশিক ৰাহুৰ প্ৰিয় ৰাশি বুলি গণ্য কৰা হয়। (Rahu Favorite Rashi)

White Clothes: সোমবাৰে পিন্ধিব বগা কাপোৰ, জীৱনত ৫টা সফলতা লাভ কৰিব !

সোমবাৰে বগা কাপোৰ পিন্ধি সপ্তাহটো আৰম্ভ কৰক, জীৱনটো জিলিকি উঠিব আৰু আপুনি ৫টা আচৰিত সুবিধা লাভ কৰিব।(White Clothes)

Popular