ধৰ্ম

Diwali 2024: দীপাৱলীৰ দিনা ভুলতেও নকৰিব এইসমূহ ভুল, দেৱী লক্ষ্মীৰ খং উঠিব

৩১ অক্টোবৰত দীপাৱলী উৎসৱ পালন কৰিব দেশবাসীয়ে। দীপাৱলী উপলক্ষে মাতৃ লক্ষ্মী আৰু গণেশক পূজা কৰা হয়।(Diwali 2024)

Dhanteras 2024 auspicious time: আজি ধন্বন্তৰি পূজা আৰু ধনতেৰাছ। পূজা আৰু বজাৰ কৰাৰ শুভ সময় জানি লওক

আজি অৰ্থাৎ ২৯ অক্টোবৰত সমগ্ৰ দেশতে ধনেৰাছ উৎসৱ পালন কৰা হৈছে। এই উপলক্ষে সোণ, ৰূপ, গহনা, যান-বাহন আৰু বাচন-বৰ্তন ক্ৰয় কৰে ৰাইজে।(Dhanteras 2024 auspicious time)

Rashifal:সমাগত কালীপূজা, মা-কালীয়ে ভাগ্যৰ দুৱাৰ খুলিব এই কেইটা ৰাশিৰ

নতুন সপ্তাহত ইটোৰ পিছত সিটো উৎসৱ। ইয়াৰ সমান্তৰালকৈ গ্ৰহ-নক্ষত্ৰৰ গতিবিধিৰ বিভিন্ন পৰিৱৰ্তন ঘটিব। বহু ৰাশিৰ ভাগ্যৰ দুৱাৰ খোল খাব। (Rashifal)

Krishnaguru: যুৱশক্তি মহাশক্তি : কৃষ্ণগুৰু আন্তর্জাতিক আধ্যাত্মিক যুৱ সমাজৰ অধিৱেশনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ভাৰতে যুগ যুগ ধৰি বিশ্বক শান্তি-সমন্বয়, ভাতৃত্ববোধ আৰু আধ্যাত্মিকতাৰ পথ প্ৰদৰ্শন কৰি আহিছে(Krishnaguru)। বসুধৈৱ কুটুম্বকম('Vasudhaiva Kutumbakam)-ভাৰতীয় সভ্যতা-সংস্কৃতিৰ মূলমন্ত্ৰ। মই উত্তৰ-পূৰ্বাঞ্চললৈ আহিলেই শান্তি-সমন্বয়, আত্ম-অন্বেষণ তথা ভক্তিচেতনাৰ বিশেষকৈ হৃদয়ংগম কৰোঁ। আমাৰ দেশৰ বৈচিত্ৰ্যতাৰ মাজতেই আছে সমন্বয়ৰ বাৰ্তা। আমাৰ আধ্যাত্মিক জ্ঞান, ধ্যান-ধাৰণা শক্তিশালী হলেহে এখন সুস্থ-সবল সমাজ তথা ৰাষ্ট্ৰ নিৰ্মাণৰ ভেটি সুদৃঢ় হ'ব(Union Minister Sarbananda Sonowal)

Horoscope Prediction: দীপাৱলীতে এই ৭ ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব, সুখ-সমৃদ্ধি বৃদ্ধি পাব

ধনতেৰাছৰ সপ্তাহত বহু লোকে নিজৰ সৌভাগ্য পৰীক্ষা কৰিবলৈ আগ্ৰহী হৈ থাকে। আপোনাৰ ভাগ্যও দুৱাৰ খোল খাব।(Horoscope Prediction)

Popular