ধৰ্ম

Durga Puja 2024: দশভূজা দেৱী দুৰ্গা; জানক পূজাৰ ধৰ্মীয়, সাংস্কৃতিক আৰু আধ্যাত্মিক গুৰুত্ব

(Durga Puja)হিন্দু ধৰ্মাৱলম্বীৰ মাজত প্ৰচলিত এটি বৃহত্তম আৰু উল্লেখযোগ্য উৎসৱ হ'ল দুৰ্গোৎসৱ বা দুৰ্গাপূজা। এই উৎসৱ ধৰ্মীয় আৰু সামাজিক উৎসৱ । শক্তিৰ উপাসনা হিন্দু ধৰ্মৰ এক অবিচ্ছেদ্য অঙ্গ। এই অৱধৰণাটো বেদৰ বুকুতে পোখা মেলে। পুৰাণৰ যুগত বেদৰ দেৱীয়ে স্বৰূপ লাভ কৰে। শক্তিবাদে সৃষ্টিৰ আদিশক্তিক বা আদ্যশক্তিক পৰম সুন্দৰী প্ৰকৃতি ৰূপত কল্পনা কৰি আহিছে। এই আদ্যশক্তিয়ে বিশ্বব্ৰহ্মাণ্ড স্ৰজন কৰিছে। তেওঁকে ব্ৰহ্মা,বিষ্ণু, আৰু মহেশ্বৰৰো জন্মদাত্ৰী বুলিও ভবা হয় আৰু আদ্যশক্তিয়ে হ'ল মা দুৰ্গা। মা দুৰ্গা নাৰী শক্তিৰ প্ৰতীক। তেঁওৰ অনেক ৰূপৰ ভিতৰত দেৱী দুৰ্গা প্ৰধান।

Navratri Fasting Tips 2024: নৱৰাত্ৰিৰ ৯ দিনীয়া উপবাসত কি খাব আৰু কি নাখাব? যাতে শৰীৰৰ দুৰ্বল নহয়

(Navratri Fasting Tips 2024) নৱৰাত্ৰিৰ সময়ত ভক্তসকলে ব্ৰত ৰাখে, দেৱী দুৰ্গাক পূজা কৰে আৰু তেওঁৰ ওচৰত শক্তি, সমৃদ্ধি আৰু মংগলৰ বাবে প্ৰাৰ্থনা কৰে। কিন্তু ৯ দিন ব্ৰত ৰখাৰ বাবে বহুতে দুৰ্বল অনুভৱ কৰে।

Mahalaya 2024: আৰম্ভ হ’ল মহালয়াৰ অমাবস্যা তিথি; জানো আহক মহালয়াৰ তাৎপৰ্য

মহালয়াৰ দিনা পিতৃ পুৰুষক উদ্দেশ্যি তৰ্পণ কৰা হয় । মহালয়াৰ দিনটোতে দেৱী দুৰ্গাৰ প্ৰতিমাৰ চকুত ৰঙৰ প্ৰলেপ আঁকি দিয়া হয় । মহালয়া শব্দৰ অৰ্থ হৈছে, মহান মন্দিৰ বা আশ্ৰম(Mahalaya 2024)। এনে ক্ষেত্ৰত দেৱী দুৰ্গাই হ'ল সেই মহান আলয় ।

Tirupati Mandir Laddu controversy: ৰাজনীতিৰ পৰা দেৱতাক আঁতৰাই ৰাখিব লাগেঃ উচ্চতম ন্যায়ালয়

উচচতম ন্যায়ালয়ে তিৰুপতি মন্দিৰৰ লাডুত পশুৰ চৰ্বি থকা ঘিউৰ দাবী সন্দৰ্ভত প্ৰমাণ বিচৰাৰ সমান্তৰালকৈ ধৰ্মক ৰাজনীতিৰ বাহিৰত ৰাখিবলৈ আহ্বান জনায়।(Tirupati Mandir Laddu controversy)

horoscope: অক্টোবৰ মাহত কপাল ফুলিব এই সমূহ ৰাশিৰ

মেষ ৰাশিৰ পৰা মীন ৰাশিলৈকে সকলো ১২ ৰাশিৰ বাবে অক্টোবৰ মাহৰ মাহেকীয়া ৰাশিফল। চাওক আপোনাৰ ৰাশিফল।(horoscope)

Popular