ধৰ্ম

Durga Puja 2024 : দুৰ্গা পূজাৰ কিছু পৌৰাণিক কাহিনী ৰীতি-নীতি পৰম্পৰা

প্ৰাচীন কালৰ পৰাই অসমত দুৰ্গা পূজাৰ প্ৰচলন আছে। ধৰ্মীয় উৎসৱ বাবেই বিভিন্ন শাস্ত্ৰীয় ব্যাখ্যা, পৌৰাণিক কাহিনী, ৰীতি-নীতি, পৰম্পৰা ইয়াৰ সৈতে জড়িত হৈ আছে। ‘দুৰ্গ’ শব্দই দৈত্য, কুকৰ্ম, শোক-দুখ, মহাভয়, অতিৰোগ আদিক বুজায়। ‘আ’-কাৰৰ অৰ্থ— নাশক। অৰ্থাৎ যি দেৱীয়ে এই সকলোবোৰ নাশ কৰিব পাৰে, তেৱেঁই দুৰ্গা (Durga Puja 2024) ।

Nail Cutting: নখ, চুলি কোনদিনা কাটিব লাগে জানি লওক

সপ্তাহৰ কোনটো দিনত নখ কাটিলে আৰ্থিক লাভ হয় আৰু কোনটো দিনত নখ কাটিলে আৰ্থিক ক্ষতি হয় জানেনে। নখ কটাৰ সঠিক দিন আৰু পদ্ধতিৰ কথা হিন্দু আৰু মুছলমান উভয় ধৰ্মত উল্লেখ কৰা হৈছে। (Nail Cutting Day)শৰীৰৰ মৃত কোষ, নখ আৰু চুলি কাটি পেলোৱা কাৰ্য্যটো স্বাভাৱিক যেন লাগিব পাৰে কিন্তু সেইবোৰ কটাৰ দিন আৰু সময়ে আমাৰ জীৱনত ডাঙৰ প্ৰভাৱ পেলায়।

Ganesh Chaturthi 2024: মহানগৰীত গণেশ বন্দনাৰে মুখৰ প্ৰতিটো গণেশ মন্দিৰ…

গণেশ বন্দনাৰে মুখৰিত প্ৰতিটো গণেশ মন্দিৰ। পুৱাৰে পৰা গণেশ মন্দিৰসমূহত ভক্তৰ লানি নিছিগা সোঁত। দেশৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ গণেশগুৰিতো গণেশ চতুৰ্থী পালন।(Ganesh Chaturthi celebrated at Ganesh temple in city)

Ganesh Chaturthi 2024: হিন্দু বৰ্ষপঞ্জী অনুসৰি ভাদ মাহৰ শুক্লা চতুৰ্থীৰ চতুৰ্থ দিনটোত ভগৱান গণেশক পূজা কৰা হয়

গণেশ পৌৰাণিক হিন্দু ধৰ্মৰ জনপ্ৰিয় আৰু সৰ্বাধিক পূজিত দেৱতাসকলৰ অন্যতম। ভাৰতৰ সকলো ঠাইতে গণেশ-মূৰ্তি দেখা যায়। সকলো হিন্দু সম্প্ৰদায়ৰ মাজতেই গণেশ দেৱৰ পূজা প্ৰচলিত। জৈনধৰ্ম, বৌদ্ধধৰ্ম আৰু ভাৰতৰ বাহিৰতো গণেশৰ আৰাধনা ব্যাপকভাৱে প্ৰচলিত। (ganesh-chaturthi-2024)

Ganesh Chaturthi: গণেশগুৰিৰ গণেশ মন্দিৰত ৪৯ তম গণেশ জন্মোৎসৱৰ আয়োজন…

গণেশগুৰিস্থিত গণেশ মন্দিৰত চলিত বৰ্ষত উলহ-মালহৰে ৪৯ তম গণেশ জন্মোৎসৱ বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হ'ব। শ্ৰীশ্ৰী গণেশ জন্মোৎসৱ সমিতি দিছপুৰৰ দ্বাৰা আয়োজিত হ'বলগীয়া জন্মোৎসৱ...

Popular