নিযুক্তি

Pandu Multi Modal Terminal: পাণ্ডু বন্দৰত নিৰ্মীয়মান উত্তৰ-পূবৰ প্ৰথমটো জাহাজ মেৰামতি কেন্দ্ৰত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে পাণ্ডু বন্দৰত(Pandu Multi Modal Terminal) উপস্থিত হৈ উত্তৰ-পূব ভাৰতৰ প্ৰথমটো জাহাজ মেৰামতি কেন্দ্ৰৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ খতিয়ান লয়।

কেতিয়া হ’ব ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে পৰীক্ষা?

ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ দিন ঘোষণা ১৫ ছেপ্টেম্বৰ আৰু ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব তৃতীয়বৰ্গৰ পৰীক্ষা আনহাতে ২৭ অক্টোবৰত অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ পৰীক্ষা তৃতীয়...

ৰোজগাৰ মেলা সম্বোধি ৫১ হাজাৰ নিযুক্তি পত্ৰ বিতৰণ প্রধানমন্ত্ৰীৰ; গুৱাহাটীত ১০১নিযুক্তি পত্ৰ বিতৰণ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ৰাষ্ট্ৰীয় ৰোজগাৰ মেলা সম্বোধন কৰি বিভিন্ন চৰকাৰী বিভাগত ৫১,০০০তকৈও অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰে৷ সমগ্ৰ দেশৰ...

শিক্ষা বিভাগৰ অধীনত ৩১৮ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান শিক্ষামন্ত্ৰীৰ

শনিবাৰে শিক্ষা বিভাগৰ অধীনত ৩১৮ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। প্রাথমিক শিক্ষা বিভাগত ২৪১ গৰাকী দিব্যাংগ প্রার্থী, উচ্চ শিক্ষা...

ৰাজ্যৰ নিবনুৱালৈ সুখবৰ; প্ৰকাশ পালে অসম আৰক্ষীৰ ৫,৫৬৩টা পদৰ বিজ্ঞাপন

ৰাজ্যৰ নিবনুৱালৈ সুখবৰ। প্রকাশ পালে অসম আৰক্ষীৰ ৫,৫৬৩ টা পদৰ বিজ্ঞাপন। SI, কনিষ্টবল, চাফাই কৰ্মী, গাড়ী চালকৰ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ পালে। ১৫ অক্টোবৰৰ পৰা...

Popular