নেপালৰ জলপ্ৰলয়ত সন্ধানহীন তেজপুৰৰ জোঁৱাই

নেপালৰ জলপ্ৰলয়ত সন্ধানহীন তেজপুৰৰ এজন জোঁৱাই।

বুধবাৰৰ পৰা কোনো শুংসূত্ৰ নাই দীপক খৰেলৰ।

ৰছুৱাৰ আপাৰ ত্ৰিশূলি জলবিদ্যুৎ প্ৰকল্পৰ ছুপাৰভাইজাৰ দীপক।

নেপালৰ কাকৰভিট্টাৰ নিৱাসী সন্ধানহীন লোকজন।

২০১০ত খৰেলৰ সৈতে বিৱাহপাশত আবদ্ধ হৈছিল তেজপুৰৰ মল্লিকা শৰ্মা।

জোঁৱায়েকৰ সন্ধানত আজি নেপাললৈ ৰাওনা হ’ব মল্লিকাৰ পিতৃ-মাতৃ।

Related Articles