ন্যায়

ডিব্ৰুগড়ত স্বামীৰ পৰিয়ালৰ নিৰ্যাতনৰ বলি এগৰাকী ন-বোৱাৰী…

ডিব্ৰুগড়ত সংঘটিত হৈছে এক জঘন্য ঘটনাস্বামীৰ পৰিয়ালৰ নিৰ্যাতনৰ বলি এগৰাকী ন-বোৱাৰীAMCHত মৃত্যু নির্যাতিতা বোৱাৰী নিকুমণি সেনাপতিৰ চিকিৎসালয়ত ভৰ্তিৰ পূৰ্বে কেমেৰাত বন্দী বোৱাৰীগৰাকীৰ আর্তনাদশুকুৰবাৰে AMCHত ভর্তি...

বাংলাদেশত বন্ধ হ’ল ফেচবুক, হোৱাটছ এপ, ইনষ্টাগ্ৰাম ! ছাত্ৰৰ প্ৰতিবাদৰ বাবে এই সিদ্ধান্ত চৰকাৰৰ…

বন্ধ হ'ল ফেচবুক, হোৱাটছ এপ, ইনষ্টাগ্ৰাম। বাংলাদেশত বন্ধ হ'ল মেটাৰ সকলো ছ'চিয়েল মিডিয়া প্লেটফ'ৰ্ম। বাংলাদেশত ছাত্ৰৰ প্ৰতিবাদৰ বাবে এই সিদ্ধান্ত চৰকাৰৰ। চৰকাৰী চাকৰিৰ বাবে সংৰক্ষণৰ...

NEET-UGৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়…

NEET-UGৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় ৷ ব্যাপক ৰূপত ভাইৰেল হোৱা নাছিল প্ৰশ্নকাকত ৷ NEET-UG পৰীক্ষাৰ পুনৰ অনুষ্ঠিত কৰাৰ আবেদন খাৰিজ ৷...

দিল্লীত ১৩টাকৈ অবৈধ কোচিং চেণ্টাৰ চীল প্ৰশাসনৰ…

দিল্লীত ১৩টাকৈ অবৈধ কোচিং চেণ্টাৰ চীল কৰিছে প্ৰশাসনে। দেওবাৰে ৰাজিন্দৰ নগৰৰ IAS কোচিং চেণ্টাৰত বানত ৩ শিক্ষাৰ্থীৰ মৃত্যুৰ পাছতে এই পদক্ষেপ প্ৰশাসনৰ। কোচিং চেণ্টাৰৰ...

হাটশিঙিমাৰীৰ সুখচৰত গেলি যোৱা অৱস্থাত উদ্ধাৰ মুণ্ডহীন মৃতদেহ…

হাটশিঙিমাৰীৰ সুখচৰত চাঞ্চল্যকৰ ঘটনা। গেলি যোৱা অৱস্থাত উদ্ধাৰ মুণ্ডহীন মৃতদেহ। ভুতিয়াডাঙ্গাত পথাৰত পৰি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো। কোনোবাই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ...

Popular