Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
প্ৰতিৰক্ষা
১৬আৰু ১৭ তাৰিখে প্ৰাৰ্থী ঘোষণা কৰিব দলে ৰাইজে চিন্তা কৰিব নালাগে ৰংখাংঙত আছোঁ = ড° তুলিৰাম ৰংহাং
মৰিয়নিত ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে ৰাইজৰ দলৰ প্ৰাৰ্থী ড° জ্ঞানশ্ৰী বৰা
যোৰহাটত ১,৪৮,২৮০ জন ভোটাৰে নিৰ্ণয় কৰিব গৌৰৱ গগৈৰ ভাগ্য । কোন হ’ব বিজেপিৰ প্ৰাৰ্থী ? সৰৱ আলোচনা সমষ্টিত । Gaurav Gogoi
Tata-Airbus Aircraft Plant: বদোদৰাত ভাৰত আৰু স্পেইনৰ দুই মূৰব্বীৰ বিশাল ৰোড শ্ব’; দুয়ো উদ্বোধন কৰিলে এয়াৰবাছৰ এচেম্বলিৰ এটা প্ৰকল্প
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 28, 2024
গুজৰাটৰ বদোদৰা বিমানবন্দৰৰ পৰা টাটা প্লাণ্টলৈকে ভাৰত আৰু স্পেইনৰ প্ৰধানমন্ত্ৰীৰ ৰোড শ্ব’ । ইয়াৰ পিছতে দেশ দুখনৰ মূৰব্বী দুগৰাকীয়ে উদ্বোধন কৰিলে টাটা এয়াৰবাছৰ এচেম্বলিৰ এটা প্ৰকল্প(Tata-Airbus Aircraft Plant)।
Nuclear Powered Ballistic Missile Submarine: দেশৰ চতুৰ্থখন পাৰমাণৱিক ক্ষমতাসম্পন্ন বেলিষ্টিক মিছাইল ছাবমেৰিন-৪ উন্মোচন
প্ৰতিৰক্ষা
দৈনন্দিন বাৰ্তা
-
October 24, 2024
নতুন দিল্লী, ২৪ অক্টোবৰ: নিজৰ পাৰমাণৱিক শক্তি শক্তিশালী কৰাৰ ক্ষেত্ৰত আৰু এখোজ আগুৱাই গ'ল ভাৰত। খবৰ অনুসৰি বিশাখাপট্টনমৰ উপকূলত নৌসেনাই দেশৰ চতুৰ্থখন পাৰমাণৱিক ক্ষমতাসম্পন্ন...
Modi Xi Jinping Bilateral Meeting: ব্ৰিকছ সন্মিলনৰ মাজতে বুধবাৰে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ সৈতে আলোচনাত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোডী
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 23, 2024
Modi Xi Jinping Bilateral Meeting - ভাৰত আৰু চীনৰ কূটনৈতিক আৰু সামৰিক আলোচকসকলে বিগত কেইবা সপ্তাহ ধৰি বিভিন্ন মঞ্চত ঘনিষ্ঠ যোগাযোগ স্থাপন কৰি আহিছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জানিবলৈ দিছে ।
Indian Navy Welcomed Russian Submarine: ভাৰতীয় নৌসেনাই কোচিত আদৰিলে ৰাছিয়ান ছাবমেৰিন উফাক
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 22, 2024
ৰাছিয়ান চাবমেৰিন উফাই কোচিত আহি উপস্থিত হোৱাৰ পাছতে চাবমেৰিনখনক উষ্ম আদৰণি জনালে ভাৰতীয় নৌসেনাই(Indian Navy Welcomed Russian Submarine) । ভাৰত আৰু ৰাছিয়াৰ মাজত সামুদ্ৰিক সহযোগিতাৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছে এই অনুষ্ঠানটোক ।
Bike Rider:বাইক আৰোহীক ললিপপ প্ৰদান কৰিব কিয় !
প্ৰতিৰক্ষা
দৈনন্দিন বাৰ্তা
-
October 7, 2024
(Bike Rider) হেলমেট পৰিধান নকৰি বাইক চলাই দুৰ্ঘটনাত পতিত হ'লে আৰু শৰীৰত আঘাট পালে, চিকিৎসকে চিকিৎসাৰ জৰিয়তে সকলো ঠিক কৰিব পাৰে ৷ কিন্তু হেলমেট পৰিধান নকৰাৰ ফলত মূৰত গুৰুতৰ আঘাট পালে তাৰ কোনো চিকিৎসা নাই ৷ এই মন্তব্য বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়াৰ ৷ বোকাখাত আৰক্ষী থানাৰ সন্মুখত ফেচেংবৰ হেৰিটেজৰ হেলমেট পৰিধান নকৰি বাইক চলোৱা লোকক হেলমেট পৰিধান কৰিবলৈ আহ্বান জনোৱা অনুষ্ঠানত এই মন্তব্য কৰে আৰক্ষী বিষয়াগৰাকীয়ে ৷
1
...
43
44
45
...
56
Page 44 of 56
Popular
ধূলা টাঙনি সাপ্তাহিক বজাৰ সমিতিৰ বৃহৎ ঘোষণাঃ ৰাইজৰ জ্ঞাতাৰ্থে জনালে এই সিদ্ধান্ত
দৈনন্দিন বাৰ্তা
-
March 15, 2026