প্ৰশাসন

Imran Khan । ইমৰাণ খানৰ বিৰুদ্ধে কোন দেশৰ সেনাই দিলে “শ্বু/ট-এ/ট-চা/ই/ট”ৰ নি/ৰ্দে/শ !

পাকি/স্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক (Imran Khan) মুক্তিৰ দাবীত তীব্ৰ প্ৰতিবাদৰ মাজতে পাকিস্তানৰ ৰাজধানী ইছলামবাদত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰাত চৰকাৰে সেনাক হস্তক্ষেপ কৰাৰ নিৰ্দেশ দিয়ে। ইছলামবাগৰ ৰাজপথত প্ৰতিবাদকাৰীৰ আৰক্ষীৰ সৈতে সংঘৰ্ষত কমেও চাৰিজন পুলিচ আৰু এজন সাধাৰণ নাগৰিকৰ মৃত্যু হয়। ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি ২৪৫ নং ধাৰাত “শ্বুট এট চাইট”ৰ নিৰ্দেশ জাৰি কৰে - যিটো সশস্ত্ৰ বাহিনীৰ বাবে “বাহ্যিক আগ্ৰাসন বা যুদ্ধৰ ভাবুকিৰ বিৰুদ্ধে পাকিস্তানক ৰক্ষা কৰিবলৈ” উদ্দেশ্য কৰা এটা দফা। সংবাদ মাধ্যমে সেনাবাহিনীৰ এই নিৰ্দেশত সৈনিকসকলক “কাকো ক্ষমা নকৰিবলৈ” নিৰ্দেশ দিছে।

Uriagaon Tree Row: উৰিয়াগাঁৱত গছ কটা কাৰ্যত পান্থতৰু সংৰক্ষণী অসমৰ প্ৰতিক্ৰিয়া

নগাঁৱৰ উৰিয়াগাঁৱৰ(Uriagaon Tree Row) বায়পাছ চাৰিআলিৰ থকা ডিভাইদাৰত থকা প্ৰায় ৩০ জোপা গছ গুৱাহাটীৰ এজন ঠিকাদাৰৰ নিৰ্দেশত শ্ৰমিকে কাটি পেলোৱা কাৰ্যৰ বিৰুদ্ধে নগাঁৱৰ পান্থতৰু সংৰক্ষণী অসম নামৰ এটা প্ৰকৃতিপ্ৰেমী সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।

Dighalipukhuri । আমিয়েই, নিমাত প্ৰকৃতিৰ প্ৰতিবাদী কন্ঠদীঘলী পুখুৰীৰ গছবোৰ ভালে থাকক

 (Dighalipukhuri)বোধহয়,গছ, অৰণ্য অথবা পৰিৱেশৰ অন্য উপাদানৰ ওচৰত আমি কি ধৰণেৰে ঋণী,সেই কথা আজিৰ সচেতন পাঠকৰ আগত দোহৰাৰ অলপো প্ৰয়োজন নাই| শেহতীয়াকৈ সংবাদ মাধ্যমৰ জৰিয়তে খবৰ এটা পৰিলক্ষিত হৈছিল যে ফ্লাই অভাৰ নিৰ্মাণৰ বাবে দীঘলী পুখুৰীৰ পাৰৰ কেইজোপামান ঐতিহ্য বহনকাৰী বৃক্ষ কাটি পেলোৱা হ'ব। (Dighalipukhuri)

Nature Lovers of The City: গুৱাহাটীত উৰণীয়া সেতু নিৰ্মাণৰ নামত গছ আৰু নাকাটিব

চৰকাৰে এপিনে অমৃত বক্ষ অভিযান অনুষ্ঠিত কৰিছে, আনপিনে উন্নয়নৰ দোহাই দি ঐতিহ্যমণ্ডিত দীঘলী পুখুৰীৰ কাষৰ শ শ জোপা গছ কাটি পাবলৈ লৈছে। এই কথাতে বিতুষ্ট হৈ পৰিছে মহানগৰীৰ প্ৰকৃতিপ্ৰেমী লোকসকল(Nature Lovers of The City)। নুনমাটি অঞ্চলৰ সৈতে সংযোগী উৰণীয়া সেতু নিৰ্মাণৰ ঠাই মুকলি কৰাৰ লক্ষ্যৰে দীঘলীপুখুৰীত(Dighalipukhuri) বৃহৎ পৰিসৰত গছ কটাৰ তীব্ৰ বিৰোধিতা(Protection of Nature) কৰিছে গুৱাহাটীবাসীয়ে।

Agricultural Land of Indigenous Peoples: খিলঞ্জীয়া মানুহৰ কৃষিভূমি সুৰক্ষিত কৰাৰ দাবীত টাঙোনমাৰীত আছু উত্তাল প্ৰতিবাদ

কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ পশ্চিম বংশৰ মৌজাৰ অন্তৰ্গত দোকনীয়, গাওঁবুঢ়াৰ পাম, টাঙোনমাৰী আদি ঠাইত খিলঞ্জীয়া কৃষকে কৃষিৰ জৰিয়তেই নিজৰ লগতে পৰিয়ালৰ পোহপাল দি আহিছে। কিন্তু আজিৰ পৰা দুই তিনিবছৰ ভিতৰত হঠাতেই অখিলঞ্জীয়া লোকৰ অবৈধ আগ্ৰাসনত শংকিত হৈ পৰিছে অঞ্চলটোৰ কৃষক সকল। তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে এই অখিলঞ্জীয়া লোকসকলে(Agricultural Land of Indigenous Peoples) খিলঞ্জীয়া মানুহৰ কৃষিভূমি ভয় ভাবুকিৰে দখল কৰাত খিলঞ্জীয়া লোকসকল প্ৰাণৰ শংকাত কৃষি ভূমি এৰি থৈ আহিবলগীয়া পৰিৱেশ সৃষ্টি হৈছে

Popular