প্ৰহ্লাদ যোশী হ’ব দেশৰ নতুন শিক্ষামন্ত্ৰী

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পাছতে দেশৰ নতুন শিক্ষামন্ত্ৰী ঘোষণা।

প্ৰহ্লাদ যোশী হ’ব দেশৰ নতুন শিক্ষামন্ত্ৰী।

কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীক শিক্ষা মন্ত্ৰণালয়ৰ অতিৰিক্ত দায়িত্ব।

ধৰ্মেন্দ্ৰ প্ৰধান পদত্যাগৰ পিছতেই নিযুক্ত প্ৰহ্লাদ যোশীক।

পূৰ্বে ৰাজহুৱা বিতৰণ ব্যৱস্থা আৰু গ্ৰাহক-উপভোক্তা পৰিক্ৰমা বিভাগৰ মন্ত্ৰী আছিল যোশী।

নতুনকৈ অতিৰিক্তভাৱে শিক্ষা বিভাগৰ দায়িত্ব প্ৰদান প্ৰহ্লাদ যোশীক।

Related Articles