পৰ্যটন

Fagunjyoti:ৰাষ্ট্ৰীয় টেনিছত পুনৰ চেম্পিয়ন অসমৰ ফাগুনজ্যোতি

এটা সপ্তাহৰ ভিতৰতে ৰাষ্ট্ৰীয় ৰেংকিং টেনিছ প্ৰতিযোগিতাত পুনৰ খিতাপ জয় কৰিবলৈ সক্ষম হৈছে অসমৰ প্ৰতিভাবান খেলুৱৈ ফাগুন জ্যোতিয়ে(Fagunjyoti)৷

Sonitpur:শোণিতপুৰত কেন্দ্ৰীয় চৰকাৰৰ পৰিদৰ্শকৰ দল

ভাৰত চৰকাৰৰ(Union Government) কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অন্তৰ্গত কলকতাস্থিত মৰাপাট(Agriculture and Farmers Welfare) উন্নয়ন সঞ্চালকালয়ৰ(Directorate of Cotton Development) সঞ্চালক(Director) জিন্টু দাস, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযানৰ সমন্বয়ক ড০ সুভদিপ নন্দী আৰু ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান ৰাজ্যিক পৰামৰ্শদাতা অৰুণিমা দেৱ চৌধুৰীৰ নেতৃত্বত ২১ নৱেম্বৰত অহা প্ৰতিনিধি দলে শোণিতপুৰ(Sonitpur) জিলা কৃষি বিভাগৰ বিভিন্ন কৃষি ক্ষেত্ৰ পৰিদৰ্শন কৰে।

Victory Sculptures:বিজয় ভাস্কৰ্যৰে জাতিষ্কাৰ অসম বিধানসভা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ আনন্দই(Victory Sculptures) ৰাজ্যবাসীক উল্লাসিত কৰি ৰখাৰ সময়তে অসমত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে অনাদৃত ৰূপত পৰি থকা জনজাতীয় কলা-সংস্কৃতি তথা ভাস্কৰ্যক এক নৱৰূপ প্ৰদান কৰাৰ অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে। সেই পদক্ষেপৰ বৃহস্পিতবাৰে সুন্দৰ প্ৰতিফলন ঘটিল অসম বিধানসভাৰ(Assam Assembly) বাকৰিত।

Indian Mathematician:ভাৰতীয় বিজ্ঞানীৰ তথা গণিতজ্ঞ বশিষ্ঠ নাৰায়ণ সিঙৰ কথাৰে

১৬ জুলাই, ১৯৬৯ চন। আমেৰিকাই চন্দ্ৰ লৈ মানৱ যান প্ৰক্ষেপ কৰাৰ ভৰপক সময়,এক মিছন। মানৱযান চন্দ্ৰৰ অভিমুখে গতি কৰি আছে আৰু বিজ্ঞানীসকলৰ(Indian Mathematician) কম্পিউটাৰৰ পৰ্দাত দৃষ্টি নিৱদ্ধ।

Bodo Sahitya Sabha:বড়ো সাহিত্য সভাৰ ‘জোনোম সান ফালিথাই’

অসমৰ বৃহৎ জনগোষ্ঠী বড়োসকলৰ জাতীয় জীৱনৰ সাহিত্য-সংস্কৃতি-কলাৰ (মেৰুদণ্ড স্বৰূপ) ৭৩ তম বড়ো সাহিত্য সভাৰ(Bodo Sahitya Sabha)'জোনোম সান ফালিথাই'(Jonom Saan Falithai) (প্ৰতিষ্ঠা দিৱস) সমগ্ৰ অসমৰ লগতে ওৰাঙতো ১৬ নৱেম্বৰত অতি উৎসাহজনক ভাৱে পালন কৰা হয়।

Popular